দুৰ্ঘটনা

ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…

ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক। থিতাতে নিহত মামুদ জামান নামৰ স্কুলীয়া ছাত্ৰজন। গুৰুতৰভাৱে আহত ইক্রামূল হক, ইফতিকাৰ আহমেদ। আহত...

জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰ্টিগা বাহনৰ চালক…

জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। গেছভৰ্তি টেংকাৰ-আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আৰ্টিগা বাহনৰ চালকৰ মৃত্যু। মৃত চালকজন যোৰহাটৰ অভিজিৎ শইকীয়া। গুৰুতৰভাৱে আহত মহিলাসহ আন...

চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…

চতিয়া আৰক্ষীয়ে চলোৱা অভিযানৰ অন্তত উদ্ধাৰ হ’ল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত সোমাই থকা চালকৰ মৃতদেহ।নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ...

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…

জম্মু-কাশ্মীৰত বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ। পুঞ্চৰ ছুৰনকোট অঞ্চলত বায়ুসেনাৰ দুখন বাহনলৈ ধাৰাসাৰ গুলীবৰ্ষণ। আক্ৰমণত ৩টাকৈ সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ। আনহাতে উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে...

জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত মুত্যু গিৰিশ পেগু নামৰ যুৱকজনৰ…

জোনাইত শোকাৱহ পথ দুৰ্ঘটনা। চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকা অৱস্থাতে মুত্যু হয় গিৰিশ পেগু নামৰ যুৱকজনৰ। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন অল্ট' বাহনখনৰ চালকসহ...

Popular