দুৰ্ঘটনা

ছিকিমত ভয়ংকৰ হিমস্খলন, ৬ জন লোকৰ মৃত্যু

মঙলবাৰে ছিকিমত হোৱা হিমস্খলনত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৫০ জন পৰ্যটক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি এই...

GMCHত ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত ৰোগী–অভিভাৱকৰ মাজত হাহাকাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড। তথ্য অনুসৰি, পুৰণি বিল্ডিং কমপ্লেক্সৰ প্ৰথম মহলাৰ পেথ’লজী ইউনিটত সন্ধিয়া প্ৰায় ৫:৩০ বজাত অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডৰ ফলত...

ধুবুৰী জিলাৰ চাপৰত পথ দুৰ্ঘটনাত নিহত দুগৰাকী লোক…

প্ৰাথমিক খবৰ অনুসৰি যোৱা নিশা অসমৰ ধুবুৰী জিলাৰ চাপাৰ চহৰৰ ছালকোছা ব্লকত সংঘটিত হয় এই ঘটনা। দৰ্শকে উল্লেখ কৰে যে দুচকীয়া বাহনখনে তীব্ৰ বেগেৰে গৈ...

ডিব্ৰুগড়ৰ কছাৰী ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ৰ কছাৰী(পূজা )ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। উক্ত মৃতদেহটো চন্তোশ নামৰ এজন ব্যক্তিয়ে কৰ্ম স্থলিৰ পৰা নিজ গৃহলৈ বুলি গৈ থকোতে প্ৰত্যক্ষ কৰি মৃতদেহটো পাৰলৈ...

মুকালমুৱাৰ খালিহাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা; সংকটজনক অৱস্থাত তিনিজনক GMCH লৈ প্ৰেৰণ

মুকালমুৱাৰ খালিহাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন দুচকীয়া বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত দুয়োখন বাইকৰে তিনিজন আৰোহী...

Popular