মৃত্যু

লখিমপুৰৰ জ্যেষ্ঠ বিজেপি নেতা ৰাও গজেন্দ্ৰ সিঙৰ দেহাৱসান…

লখিমপুৰৰ জ্যেষ্ঠ বিজেপি নেতা ৰাও গজেন্দ্ৰ সিঙৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু নেতাগৰাকীৰ। লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ৰাও গজেন্দ্ৰ সিং।

গোলাঘাটৰ নিৰ্মীয়মান ধোদৰআলিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু…

গোলাঘাটৰ নিৰ্মীয়মান ধোদৰআলিত পথ দুৰ্ঘটনা। কালভাৰ্টৰ বাবে খন্দা গাঁতত সোমাই এজন লোকৰ মৃত্যু। খুমটাইৰ নগাঁৱত এই দুৰ্ঘটনাত নিহত ফটিক গগৈ নামৰ লোকজন। নিৰ্মাণ কোম্পানী...

হায়দৰাবাদৰ এটা গুদামত সংঘটিত অগ্নিকাণ্ডত ৬জনৰ মৃত্যু…

হায়দৰাবাদৰ নামপল্লীত শোকাৱহ ঘটনা। এটা গুদামত সংঘটিত অগ্নিকাণ্ডত ৬জনৰ মৃত্যু। বজাৰঘাটৰ এটা এপাৰ্টমেণ্ট কমপ্লেক্সত আছিল গুদামটো। বাহনকে ধৰি অগ্নিকাণ্ডত বহু লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত।

কাঠফলা মেচিনেৰে ৮ বছৰীয়া শিশুক হত্যা!

কাঠফলা মেচিনেৰে ৮ বছৰীয়া শিশুক হত্যা! মৃত শিশুটি ৰছিদ আনছাৰী বুলি জানিব পৰা গৈছে। মজনু আলী নামৰ লোকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। ওদালগুৰিৰ মেধিপাৰাত সংঘটিত...

চৰাইদেউ জিলাৰ মথুৰাপুৰৰ নিবাসী,ধৰ্মপ্ৰাণা মহিলা অণু বৰঠাকুৰৰ দেহাৱসান…

চৰাইদেউ জিলাৰ মথুৰাপুৰৰ নিবাসী,ধৰ্মপ্ৰাণা মহিলা অণু বৰঠাকুৰ আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছেল ৯২ বছৰ। সকলোকে শোকৰ সাগৰত পেলাই সোমবাৰে নিশা প্ৰায় ১০-০০...

Popular