আছাম ৰাইজিং( ইভেন্টে)

দলগাঁও ৰাজহ চক্ৰত ভূমি কেলেংকৰী, ভুৱা নামজাৰী কৰি মাটি বেদখল কৰাৰ অভিযোগ….

দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ শ্যামাবাৰী মৌজাৰ অধীনস্থ তথা মঙলদৈ সমষ্টিৰ অন্তৰ্গত ১নং গা ধোৱা চাপৰি গাঁৱত সংঘটিত হৈছে ভূমি কেলেংকাৰীৰ ঘটনা। অভিযোগ মতে  ১নং...

চামতাত ধৰ্মপুৰৰ ৩১ খন বিহু সমিতিলৈ ডেৰ লাখকৈ অনুদানৰ চেক বিতৰণ কৰিলে নলবাৰীৰ উপায়ুক্তই ….

কথা দি কথা ৰখা মানুহজনেই হল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষনা মৰ্মে কালি নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ ৩১ খন বিহু সমিতিলৈ অসম চৰকাৰে আগবঢ়ায়...

লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ৩ দিনীয়া শিক্ষক প্ৰশিক্ষণ সুকলমে সম্পন্ন……

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ২০২২ -২০২৩  শিক্ষা বৰ্ষৰ বাবে শিক্ষক -শিক্ষয়িত্ৰীসকলৰ ৩ দিনীয়া শিক্ষক -প্ৰশিক্ষণৰ কাৰ্য্যসূচী সুকলমে সম্পন্ন হয়। ৭ এপ্রিলৰ...

সম্প্ৰতি অসমত আদৰ নাই অসমীয়া শিপিনীয়ে হাতেবোৱা ফুলাম বিহুৱানৰ…

অসমীয়া জাতিৰ সাতামপুৰুষীয়া ঐতিহ্য, সংস্কৃতি তথা অসমীয়া জাতিৰ জীৱন ধাৰনৰ প্ৰণালী সমূহ ক্ৰমান্ধয়েবিশ্বায়নৰ ধামখুমীয়াত পশ্চিমীয়া সংস্কৃতিৰ লগত উটি-ভাঁহি যোৱাৰ সন্ধিক্ষণতে বিগত বৰ্ষত ক’ৰোনা মহামাৰীয়ে...

সোণৰ কণী পৰা হাঁহলৈ পৰিণত  মিচিং স্বায়ত্ব শাসিত পৰিষদ ,একাংশ ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ বাবে::

চৰকাৰৰ প্ৰতিটো বিভাগ নিকা আৰু স্বচ্ছ প্ৰশাসনেৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে দিন-ৰাতিক একাষৰীয়া কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতাৰ হিতে কাম...

Popular