Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

অভাৰলোড বাহনৰ বিৰুদ্ধে কঠোৰ হ’ব বাক্সা জিলা পৰিবহণ বিভাগ

ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বহুখিনি উন্নতি সাধন হোৱাৰ পিচত যাৱতীয় কৰ কাটল সমূহ আদায় কৰি ৰাজকোষ টনকিয়াল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । এই তৎপৰতাৰ অংশ হিচাপে আজি বাক্সা জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই জিলা সদৰ
Read More...

গো-পাল সংস্কৃতি এতিয়াও জীয়াই ৰাখিছে জামুগুৰিহাটৰ এখন গাঁৱে : জীয়া ভৰলীৰ পাৰৰ কঁহুৱা বনৰ মাজৰ পৰা…

আধুনিকতাৰ পৰশ পৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱা এক পৰম্পৰা হ'ল গো-পাল প্ৰথা।আজিৰ পৰা ২০-২৫ বছৰৰ আগলৈকে অসমৰ প্ৰায় প্ৰতিখন গাঁৱতেই বিৰাজমান আছিল এই প্ৰথা।প্ৰতিখন গাঁৱৰ প্ৰত্যকজন ব্যক্তিৰ ঘৰৰ সমুহ গৰু গাই সমুহীয়া ভাৱে চৰাবলৈ
Read More...

সোনোৱাল কছাৰী সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ বাবে কাৰ্যনিৰ্বাহক সভা

2020 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া সোনোৱাল কছাৰী সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি কভিডমূলক পৰিস্থিতিৰ বাবে পিছুৱাব লগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অধিৱেশনৰ নতুন দিন নিৰ্ধাৰণৰ বাবে সোনোৱাল কছাৰী সাহিত্য সভাৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক
Read More...

২৭ চেপ্টেম্বৰত সংযুক্ত কৃষান মচাৰ ভাৰত বন্ধ কাৰ্যসূচী : কেন্দ্ৰীয় ট্টেড ইউনিয়ন আৰু কৰ্মচাৰী…

ভাৰতবৰ্ষৰ স্বাধীনতা পাছত গণতান্ত্ৰিক ভাবে গঠিত কংগ্ৰেছ তথা অন্যান্য দলৰ চৰকাৰে ৬০ বছৰত কৰিব নোৱাৰা কাম ৬০ মাহত কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰিছিল। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয়
Read More...

গুৱাহাটী বিশ্ববিদ্যালয় আৰু কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটা

কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধিসূচনা মৰ্মে ২০১৯-'২০ বর্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটাৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ
Read More...

ওদালগুৰিৰ খাউৰাঙত কোৰোনাৰ প্ৰতিষেধক প্ৰদান : প্ৰতিষেধক কোভাচিল্ড গ্ৰহণ কৰিবলৈ ৰাইজৰ ব্যাপক জনসমাগম

কৰোনা মহামাৰিৰ পৰা পৰিত্ৰাণ পোৱা ৰাইজে বৰ্তমান প্ৰতিষেধক বিচাৰি থকা সময়তে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰতি প্ৰত্যককে প্ৰতিষেধক প্ৰদান কৰিবলৈ আহ্বান জনাই থকা সময়তো একাংশ সমাজ বিৰোধীয়ে এতিয়াও প্ৰতিষেধকৰ বিৰুদ্ধে অপ
Read More...

বঙৰাত গৌৰীকান্ত নাথৰ “বৰঝাৰ বিমান বন্দৰৰ পাৰ্শ্বপ্ৰভাৱ আৰু অন্য প্ৰবন্ধ” শীর্ষক গ্ৰন্থ…

অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান "পৰাগজ্যোতি প্ৰকাশন''ৰ উদ্যোগত ২০ ছেপ্তেম্বৰত কামৰূপ জিলাৰ বঙৰাস্থিত শ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় প্রাঙ্গণত বিশিষ্ট লেখক, অৱসৰী প্ৰধান শিক্ষক গৌৰীকান্ত নাথৰ "বৰঝাৰ বিমান বন্দৰৰ পাৰ্শ্বপ্ৰভাৱ আৰু অন্য
Read More...

দুলীয়াজানৰ হাতীজান চাহ বাগিচাত নাহৰফুটুকীৰ সন্ত্ৰাস : কাণসাৰ নাই বনবিভাগৰ

দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত হাতীজান চাহ বাগিচাত নাহৰফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । দিনে-ৰাতিয়ে নাহৰফুটুকীৰ মুক্ত বিচৰণকলৈ এতিয়া বাগিচাৰ শ্ৰমিক সকলৰ মাজত আতংকই বিৰাজ কৰিছে । প্ৰাপ্ত বাতৰি অনুসৰি দীৰ্ঘদিনৰ পৰা উক্ত চাহ বাগিচা
Read More...

বোকাখাতত সাংসদ গৌৰৱ গগৈঃ ৰাজ্যসভাৰ সাংসদ হিচাপে সৰ্বানন্দ সোনোৱালক ৱাক অভাৰ

আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছে সৰ্বানন্দ সোণোৱালক সমৰ্থন দিয়াৰ ইংগিত দিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ৷ আজি পোলেণ্ডত অনুস্থিত বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্যক্তিগত শাখাত ব্ৰঞ্জ, দলীয় আৰু পুৰুষ তথা মহিলাৰ শাখাত সোণৰ
Read More...

আৰক্ষীৰ নামত দালালি ইছফাকুৰ ৰহমান নামৰ এজন যুৱকৰ

আৰক্ষীৰ নামত দালালি কৰা ইছফাকুৰ ৰহমান নামৰ এজন যুৱকক আজি গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিছে ইছফাকুৰক। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি
Read More...