Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

আটছা ওৰাং উপশাখাৰ উদ্যোগত ওৰাঙত ৰাজহুৱা কৰম পৰৱৰ আয়োজন ৷

আটছা ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ওৰাং উপশাখাৰ উদ্যোগত অহা ৩০ ছেপ্তেম্বৰ আৰু ১ অক্টোবৰত দুদিনীয়া কাৰ্যক্ৰমণিকাৰে ওৰাঙৰ নিছিলামাৰী গাঁওত ওৰাং আঞ্চলিক ভিত্তিত ৰাজহুৱা কৰম উৎসৱৰ আয়োজন কৰা হৈছে ৷ এই উপলক্ষে যোৱা ১৫ ছেপ্তেম্বৰত
Read More...

ওদালগুৰিৰ খাউৰাঙত কৰোনাৰ প্ৰতিষেধক প্ৰদান

কৰোনা মহামাৰিৰ পৰা পৰিত্ৰাণ পোৱা ৰাইজে বৰ্তমান প্ৰতিষেধক বিচাৰি হাবাথুৰি খাইথকা সময়তে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰতি প্ৰত্যককে প্ৰতিষেধক প্ৰদান কৰিবলৈ আহ্বান জনাই থকা সময়তো একাংশ সমাজ বিৰোধীয়ে এতিয়াও প্ৰতিষেধকৰ
Read More...

মাজবাটত সাংসদ দিলীপ শইকীয়াৰ চিলাই মেচিন বিতৰণ

মাজবাটত মঙ্গলদৈ লোকসভা সমষ্টিৰ  সাংসদ দিলীপ শইকীয়াই মহিলা সকলৰ মাজত ১৫০ চিলাই মেচিন বিতৰণ কৰে । মাজবাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পাঁচনৈ চেৰফাং পৰিষদিয় সমষ্টিৰ প্ৰত্যেক ভিচিডিচিৰ  চিলাই প্ৰশিক্ষণ প্ৰাপ্ত প্ৰমাণ পত্ৰ থকা মহিলা সকলৰ ভিতৰত
Read More...

মুছলপুৰত এছ এছ বিৰ উদ্যোগত চিভিক একচন কাৰ্যসূচী

আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ সমীপৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দাৰাগাৱত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ৬৪ নং বেটেলিয়নৰ উদ্যোগত আয়োজন কৰা হয় আজাদী কা অমৃত মহোৎসৱ শীৰ্ষত অনুষ্ঠান। উক্ত অনুষ্ঠানত সমগ্ৰ অঞ্চলৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ
Read More...

নগৰবেৰাত ফেচবুকত প্ৰেমিকাৰ আপত্তিজনক ভিডিঅ ভাইৰেল কৰি ৰঙা ঘৰৰ আলহী হল প্ৰেমিক

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত আৰক্ষীয়ে আটক কৰিলে প্ৰেমিকাৰ সতে উঠা আপত্তিজনক ভিডিঅ ছচিয়েল মেডিয়াত ভাইৰেল কৰা প্ৰেমিকক। জানিব পৰা মতে বাংগালোৰত বি-ফাৰ্মত অধ্যয়নৰত ছাত্ৰ জাহিদুল ইছলামে মোবাইল যোগে নগৰবেৰা অঞ্চলৰ এগৰাকী
Read More...

মুছলপুৰত পুখুৰীত বিহ ঢালি মাছ নিধন দুৰ্বৃত্তৰ

স্বনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্য আগত ৰাখি মৎস্য পালনৰ পথ বাচি লোৱা বাক্সা জিলাৰ এগৰাকী যুৱকৰ পুখুৰীত দুৰ্বৃত্তই বিহ ঢালি মাছ নিধন কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰামতে জিলাখনৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত অদালবাৰীৰ
Read More...

চাহ জনগোষ্ঠীৰ কৰম উৎসৱ উপলক্ষে দিয়া বন্ধ সম্পৰ্কে সৃষ্টি হোৱা প্ৰতিক্ৰিয়া নদুৱাৰত

চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱ কৰম পৰৱ। কৰম উৎসৱৰ জৰিয়তে জনগোষ্ঠীটোৰ স্বকীয় সংস্কৃতি,জাতীয় পৰিচয় বহন কৰা পৰম্পৰাগত উৎসৱটিত চাহ জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ প্ৰতি সহাৰি জনাই বৰ্তমাণৰ বিজেপিধীন চৰকাৰখনে ১৭ চেপ্টেম্বৰ দিনটো চৰকাৰী বন্ধ ঘোষনা
Read More...

অৱসৰী আৰক্ষী বিষয়া কান্তেশ্বৰ গগৈৰ আকস্মিক মৃত্যু

অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক কান্তেশ্বৰ গগৈৰ ১৬ ছেপ্টেম্বৰৰ নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত আকস্মিকভাৱে মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ । শদিয়াৰ এখন ভিতৰুৱা গাঁওত জন্মগ্ৰহণ কৰা গগৈয়ে অসম
Read More...

নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় সোণাৰিলৈ স্হানান্তৰকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

নাজিৰা মহকুমাত অৱস্হিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়টি অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি চৰাইদেউ জিলাৰ সোণাৰিলৈ স্হানান্তৰ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আজি নাজিৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷নাজিৰা ,শিৱসাগৰ ,ডিব্ৰুগড়
Read More...

আজিৰে পৰা চলিল চৰকাৰী জাহাজ, কেতিয়াও পিন্ধি নোপোৱা লাইফ জেকেট পিন্ধি ফেৰীত উঠিল যাত্ৰী

 বুধবাৰৰ দেশ কঁপাই যোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য সকলোৰে চকুৰ আগত এতিয়াও ভাঁহি আছে। মৰণকাতৰ আৰ্তনাদবোৰ আজিও কাণত বাজি আছে। এই ঘটনাৰ পিছতেই সৰ্বত্ৰ ৰজাঘৰীয়াক ককৰ্থনাৰ ঢৌ উঠিল। জবাবদিহি কৰিলে এলান্ধুকলীয়া পদ্ধতিৰে চলি থকা
Read More...