Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

নগৰবেৰাৰ খামেৰীত কাপোৰ ধুব গৈ নৈত পৰি কিশোৰীৰ সলিল সমাধি

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত খামেৰী ভিটাপাৰাত কাপোৰ ধুব গৈ সলিল সমাধি ঘটিল এগৰাকী বাৰ বছৰীয়া কিশোৰীৰ। গাঁৱখনৰ আব্দুৰ ৰহিমৰ কন্যা ১২ বছৰীয়া বিউটিয়াৰা পাৰবীণে কাপোৰ ধুব গৈ শুক্ৰবাৰে কৰুণ মৃত্যুক সাৱটিলে। পানীৰে
Read More...

দুৰাৰোগ্য ৰোগত আক্ৰান্ত ছিপাঝাৰৰ হাতীমূৰীয়া গাঁৱৰ কণমানি : আৰ্থিক সাহাৰ্যৰ প্ৰয়োজন

পখিলা খেদা বয়সতে ছিপাঝাৰৰ এগৰাকী কণমানি শিশু জটিল ৰোগত আক্ৰান্ত হৈছে । দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱৰ অতুল নাথ আৰু মৃদুলা ৰাজবংশীৰ একমাত্ৰ কন্যা সন্তান কৃষ্টিপ্ৰিয়া নাথ  ।  পৰিয়ালটোয়ে দুচকুত অযুত সপোন লৈ সোণালী
Read More...

প্ৰতিবছৰৰ ৯ ছেপ্তেম্বৰত ঐক্য সেনা অসমে প্ৰদাণ কৰিব যাদু সম্ৰাট এম হুছেইন সোৱঁৰণী বটা

মই যি কম আপোনালোকে তাকেই শুনিব, আৰু মই যি দেখুৱাম আপোনালোকে তাকেই দেখিব, ,,,,, এসময়ত এই গুৰু গম্ভীৰ কন্ঠশ্বৰে অসম ভাৰতৰ প্ৰতিখন যাদুৰ মঞ্চ কপাঁই তুলা যাদু সম্ৰাট এম হুছেইন আছিল একক, অনন্য, আৰু অদ্বিতীয় ৷এই
Read More...

মুখ্যমন্ত্রী সাহায্য পুজিৰ পৰা ধুবুৰী জিলা বিজেপি প্ৰদান কৰিলে ৪৫ হেজাৰ টকা চেক দুখীয়া পৰিয়ালক

:৯চেপ্তম্বৰত ধুবুৰী ভাৰতীয় জনতা পার্টি ৰ কাৰ্য্যালয় ত অনুষ্ঠিত এক সভাত  ভাৰত বাংলাদেশ সীমান্ত সএশাল ৰ বাসিন্দা তথা চকু অপাৰেচন ৰোগী তাপস সেন ক জিলা বিজেপি ৰ উদ্দোগত জিলা সভাপতি দেব ময় সান্যাল, জেষ্ঠ্য বিজেপি নেতা বিমল ওচৱাল, প্ৰাক্তন
Read More...

নগৰবেৰাত বিধ্বস্ত যাতায়তৰ পুতৌজনক ছবি, সাঙীৰে ৰোগীক চিকিৎসালয়লৈ

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰাত বিধ্বস্ত যাতায়তৰ এক পুতৌজনক ছবি ,এম্বুলেন্সৰ সলনি ৰোগীক সাঙীৰে নিলে চিকিৎসালয়লৈ। নিঃসন্দেহে ৰাজ্যত যাতায়ত ব্যৱস্থা পূৰ্বতকৈ যঠেষ্ট সুগম-সুচল হৈছে যদিও বহু ভিতৰুৱা গ্ৰামাঞ্চলত আজিও চকুত পৰে দুৰ্গম যাতায়তৰ
Read More...

ডলাগ্ৰেণ্ট কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংঘৰ সৌজন্যত চাৰিদিনীয়া ফুটবল খেল প্ৰতিযোগীতা।

বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ভূঞাখাট ভিচিডিচিৰ অন্তৰ্গত ডলাগ্ৰেণ্ট গাঁওৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংঘৰ সৌজন্যত আজি চাৰিদনীয়া ফুটবল খেল প্ৰতিযোগীতাৰ সুভৰাম্ভণি কৰে।।ডলাগ্ৰেণ্ট গাঁ‌ৱৰ খেলপথাৰত অনুষ্ঠিত কৰা
Read More...

ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰত আহত দূধৰ্ষ অপৰাধী

৮ছেপ্তেম্বৰত নিশা দূধৰ্ষ অপৰাধী দাওহাৰো বড়োৰ ভৰিত গুলিত আহত হৈ সিকিৎসাধীন হবলগীয়া হয়। আৰক্ষী সূত্ৰে প্ৰকাশ যে, আটকাধীন বড়ো আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই এনকাউণ্টাৰত আহত হয়। ওদালগুৰিৰ লগতে বাক্সা জিলাৰ
Read More...

বিটিচিত শক্তিশালী হব ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থিতি

ৰাজ্যত উপ নিৰ্বাচনৰ বতাহ আৰম্ভ হোৱাৰ সময়তে উপ নিৰ্বাচনত কংগ্ৰেছ দলে সকলো সমষ্টিতেই এককভাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে কলিয়াবৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। ৯ছেপ্তেম্বৰত দুপৰীয়া ওদালগুৰিৰ ৰাজীৱ ভৱনত
Read More...

চিকিৎসা সেৱাৰ লগতে সাহিত্য চৰ্চাত ব্ৰতী টিংখাঙৰ বিশিষ্ট চিকিৎসক ডা°অতুল বৰগোঁহাই।

ধোদৰ আলি ১৬৮৭ চনত নিৰ্মাণ কৰা অসমৰ এক ঐতিহাসিক পথ।স্বৰ্গদেউ গদাধৰ সিংহই ৰাজ্যৰ ধোদ তথা এলেহুৱা লোকৰ দ্বাৰাই নিৰ্মাণ কৰাইছিল বুলি প্ৰবাদ আছে।উজনি অসমৰ বৰ্তমান ডিব্ৰুগড় জিলাৰ জয়পুৰৰ পৰা গোলাঘাট জিলালৈকে থকা অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু
Read More...

অঞ্জন ডেকাক আৰোহন মানৱ সেৱা বটাঁ ২০২১ প্ৰদান

 পশ্চিম    নলবাৰী অঞ্চলৰ    বৰনৰ্দ্দী নিৱাসী যুৱ সমাজকৰ্মী তথা স্হানীয় দতকুছি প্ৰাথমিক বিদ্যালয়ৰ সহকিৰী শিক্ষক অঞ্জন ডেকা(জিতু)ক অসমৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গীল্ডে  আৰোহণ মানৱ সেৱা বটাঁ ২০২১ প্ৰদান কৰিছে ৷
Read More...