Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

ৰৌতাৰ মাজবাটত দলিলৰ ৰমৰমীয়া কলা বজাৰ ।

শাসনাধিষ্ঠিত বিজেপি চৰকাৰে শূন্য সহনশীলতাৰ কথা কৈ স্বচ্ছ নিকা দুৰ্নীতিমুক্ত এখন অসম গঢ়িবলৈ চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মছাৰী সকলক মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ।যদিও একাংশ দালাল
Read More...

কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত দক্ষিন পশ্চিম ৰঙিয়াত বিশ্ব শান্তি দিৱস উৎযাপন

বিশ্ব শান্তি দিৱসৰ লগত সংগতি ৰাখি কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত কাকুমণি বৈশ্য,সাগৰিকা বৈশ্য,প্ৰণৱ শৰ্মা,প্ৰতিভা কলিতা,প্ৰণামী কলিতাসহ বাঘবাৰী,ম’হখলী বৰমুৰা( খানাপাৰা)গাওঁবাসীৰ সহযোগত দক্ষিন পশ্চিম ৰঙিয়া আঞ্চলিক হৰি মন্দিৰ
Read More...

শিৱসাগৰত সপ্তাহজোৰা আধাৰ পঞ্জীয়ন শিবিৰ: ১৬০জন লোকৰ বিনামূলীয়াকৈ আধাৰ পঞ্জীয়ন

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ ডিমৌ শাখাৰ সহযোগত ৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত সপ্তাহজোৰা বিনামূলীয়া আধাৰ কাৰ্ড পঞ্জীয়ন শিবিৰ আজি সম্পন্ন হয়। ডিমৌ নিতাই পথৰ গগৈ কমপ্লেক্সেত অনুষ্ঠিত এই আধাৰ পঞ্জীয়ন শিবিৰত ডিমৌ
Read More...

ডিমৌৰ ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰ‌ৰ দ্বাৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ আৰু…

অসম ভিত্তিক স্বেচ্ছাসেৱী অনুষ্ঠান ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰই বিগত বছৰ সমূহৰ দৰেই এই বছৰো  হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰেৰে উত্তীৰ্ণ হোৱা স্থানীয় ২৩ গৰাকী ছাত্ৰ ছাত্ৰীক ১৯ ছেপ্টেম্বৰত
Read More...

দেৰগাঁৱৰ নাৰিকলগুৰিৰ মানসিক ভাৱে বাধাগ্ৰস্থ যুৱক নিৰুদ্দেশ

নাৰিকলগুৰিৰ দেৰগাঁও আৰক্ষী থানাৰ সমীপৰ বুবু আহমেদ নামৰ ৪০ বছৰীয়া এজন যুৱক ১৬ ছেপ্টেম্বৰ পুৱাৰে পৰা নিৰুদ্দেশ হৈ থকাৰ কথা পৰিয়ালৰ লোকৰ পৰা জানিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাত ইতিমধ্যে পৰিয়ালৰ লোকে অৱগত কৰিছে যদিও
Read More...

ছহিদ নগৰী ঢেকিয়াজুলিৰ ১৯৪২ৰ ছহিদ,ওদালগুৰি জিলাৰ মজবাটৰ দয়াল দাস পাণিকাৰ বংশ পৰিয়ালে আজিও নাপালে…

১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত বৃটিছৰ পতাকা নমাই ভাৰতীয় পতাকা উত্তোলন কৰিব গৈ বৃটিছৰ গুলী বুকু পাতিলৈ ছহিদ হৈছিল ১৩ গৰাকীকৈ লোক ৷এই তেৰ গৰাকী ছহিদৰে এগৰাকী অন্যতম ছহিদ হ’ল ওদালগুৰি জিলাৰ মাজবাটৰ দয়াল দাস পাণিকা ৷এই ছহিদ
Read More...

মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধিমূলক সভা সম্পন্ন

দেৰগাঁও সমষ্টিৰ ৪০নং উত্তৰ পৰ্বতীয়া জনজাতি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰমুকলিত মিচিং জাতীয় সংগঠন  এম বি কে, টি এম পি কে, এম এম কে, টি এম এম কে , এম এ কে, এম ডি কে ১নং লাখেৰাজ আঞ্চলিক সমিতি সমুহৰ এক যৌথ  প্ৰতিনিধিমূলক ৰাজহুৱা সভা শিক্ষক
Read More...

নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামনিমুৱা লোহিত এক্সপ্ৰেছৰ ডবাৰ পৰা সুৰা জব্দ

 বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনত 20 তাৰিখে বিয়লি গুৱাহাটী - জম্মু অভিমুখী নামনিমুৱা লোহিত এক্সপ্ৰেছত ৰে'লৱে সুৰক্ষা বাহিনীয়ে তালাচী অভিযান চলাই অবৈধ সুৰা জব্দ কৰে ৷ জানিব পৰা মতে নিউ বঙাইগাঁও জংচনৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে এক গোপন
Read More...

মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাত শ্বহীদ দয়াল দাস পানিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

২০ ছেপ্তেম্বৰত  ১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন সদৌ অসম পাণিকা সমাজ ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাহিপুখুৰী চাহ বাগিচাৰ উপ শাখাৰ সহযোগত অনুষ্ঠিত হৈ যায় ৷উক্ত কাৰ্য্যসূচীত
Read More...

লাহৰিঘাটত লুইতৰ তীব্ৰ খহনীয়া অব্যাহত

মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কাঠনিত পুনৰ বৰলুইতে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি।প্ৰতি দিনেই খহিছে লুইতৰ পাৰ।আংত বিৰাজ কৰিছে নৈপৰীয়া কাঠনি বাসী ৰাইজৰ মাজত। কিন্তু কোনো কাণ সাৰ নাই মৰিগাঁও জিলাৰ বিয়াগোম জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ। বিভাগটোৰ
Read More...