Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

প্ৰৱঞ্চক নীৰৱ মোদী! বাজেয়াপ্ত ২৫৩.৬২ কোটি টকাৰ সম্পত্তি…

প্ৰৱঞ্চক নীৰৱ মোদীৰ সম্পত্তি বাজেয়াপ্ত। ED-এ জব্দ কৰে প্ৰৱঞ্চক ধন কুবেৰজনৰ বৃহৎ পৰিমাণৰ অস্থাৱৰ সম্পত্তি। হংকঙত ED-এ জব্দ কৰে নীৰৱ মোদী গ্ৰুপৰ বিশাল সম্পত্তি। মুঠ ২৫৩.৬২ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰে ED-এ। জব্দকৃত সা-সম্পত্তিৰ ভিতৰত
Read More...

ভাৰতক অশান্ত কৰাৰ ভয়াৱহ ষড়যন্ত্ৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ!

ভাৰতত সন্ত্ৰাসবাদৰ বৃহৎ নেটৱৰ্ক স্থাপনৰ চেষ্টা পাকিস্তানৰ, ভাৰতক অশান্ত কৰাৰ ভয়াৱহ ষড়যন্ত্ৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ। চোৰাংচোৱা সংস্থা (আইবি)ৰ সূত্ৰ অনুসৰি, পাকিস্তানে দাৱত-ই-ইছলামীৰ জৰিয়তে ২,৫০০ তকৈও অধিক লোকৰ শ্লিপাৰ চেল ভাৰতত স্থাপন
Read More...

আকৌ গৰ্ভৱতী কৰীণা! পিতৃ হ’বলৈ ওলাইছে ছেইফ…

আলিয়াৰ পাছত এইবাৰ কৰীণা কাপুৰ গৰ্ভৱতী হোৱাৰ খবৰে গৰম কৰি তুলিছে বি-টাউনত। ছেইফ আলী খান পঞ্চম সন্তানৰ পিতৃ হ'বলৈ উলাইছে। শেহতীয়াকৈ, কৰীণাৰ ফেন ক্লাবে লণ্ডনৰ কৰীণা আৰু ছেইফৰ এখন ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছে। প্ৰশ্ন টো হ'ল, সেই
Read More...

কাইলৈ ৰাষ্ট্ৰপতি নিৰ্বাচন; দেশে পাব দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি!

সোমবাৰে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আৰু বিৰোধিৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাৰ মাজত ৰাষ্ট্ৰপতিৰ আসন কোনে দখল কৰিব তাক লৈ হ’ব প্ৰতিদ্বন্বিতা। ৬৪ বছৰীয়া এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আছে আগত। প্ৰথমে
Read More...

মহাকাশত জীৱাশ্ম! তাৰকাৰাজ্যত খোল খাইছে ৰহস্যৰ নতুন খিৰিকী…

বিজ্ঞানকেন্দ্ৰিক কথাবোৰ ৰোমাঞ্চকৰ হোৱাৰ লগতে কৌতুহলপূৰ্ণও। এই অন্তহীন কৌতুহলৰ কাৰণো কিন্তু বিজ্ঞানৰ আকৰ্ষণ। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দিনত নিত্য-নতুন উদ্ভাৱনৰ খবৰ পোহৰলৈ আহে। এইবাৰ পুনৰ আলোচনাৰ আওতালৈ আহিছে মহাকাশৰ প্ৰসংগ। মহাকাশৰ প্ৰতি
Read More...

ৰাষ্ট্ৰপতি নিৰ্বাচনত যশৱন্ত সিনহাক সমৰ্থন আগবঢ়াব আম আদমী পাৰ্টিয়ে…

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ যুটীয়া প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন আগবঢ়াব আম আদমী পাৰ্টিয়ে। আম আদমী পাৰ্টীয়ে শনিবাৰে স্পষ্ট কৰি দিছে যে, আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন কৰিব। আম আদমী পাৰ্টিৰ
Read More...

পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনখৰ হ’ব এন.ডি.এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী…

এন ডি এয়ে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। জগদ্বীপ ধনখৰ হ’ব বিজেপিৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। পশ্চিমবংগৰ বৰ্তমানৰ ৰাজ্যপাল জগদ্বীপ ধনখৰ। কিছু সময়ৰ পূৰ্বে ঘোষণা কৰা হ’ল উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।
Read More...

ভয়ংকৰ পৰিঘটনাৰ সন্মুখীন হ’ব মানৱজাতি! ভাৰতত কমিছে গড় আয়ুস…

গৱেষকৰ আশংকাই সত্য প্ৰমাণিত হ’ল। ক’ভিড-১৯ৰ বাবে মানৱ জাতিৰ গড় আয়ুস হ্ৰাস পাইছে। ৰাষ্ট্ৰসংঘইও একেধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল দিনদিয়েক আগেয়ে। লক্ষ্যণীয়ভাৱে, বিশ্বজুৰি গড় আয়ুস হ্ৰাস পাইছে। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ২০১৯ চনৰ পৰা ২০২১
Read More...

বিয়াৰ পাছৰ প্ৰথমটো জন্মদিনৰ বাবে বিকি-কেটৰিনাই উৰা মাৰিলে মালদ্বীপলৈ…

৩৯ বছৰীয়া হ’ল কেটৰিনা কাঈফ। এইবাৰৰ জন্মদিনটো কেটৰিনাৰ বাবে বিশেষ। কাৰণ, বিকি কৌশলৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত কেটৰিনাৰ এয়া প্ৰথমটো জন্মদিন। সেইবাবে পত্নীৰ এই জন্মদিনটো আৰু অধিক সুন্দৰ কৰি তোলাৰ হেঁপাহ বিকিৰ। কেটৰিনাৰ জন্মদিনৰ প্ৰতি
Read More...

প্ৰেমত ব্যৰ্থ হৈ দুৰ্বিষহ জীৱন-যাপন একালৰ নায়িকা সুলক্ষণা পণ্ডিতৰ…

ভাৰতীয় ছবিত অতি কম সংখ্যক প্লেবেক গায়ক-গায়িকা আছে।সোণালী যুগৰ সুৰাইয়া আৰু নুৰজাহান আছিল এনেধৰণৰ গায়িকা-অভিনেত্ৰীৰ অন্যতম উদাহৰণ। ইয়াৰ পাছতে সত্তৰৰ দশকত বোম্বাইলৈ আন এগৰাকী প্লেবেক গায়িকা আহিছিল তেওঁ হৈছে সুলক্ষণা পণ্ডিত।
Read More...