Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

বৰ্তমান দেশৰ যুৱপ্ৰজন্মই পাতিব নিবিচাৰে বিয়া! কিন্তু কিয়? সমীক্ষাত চাঞ্চল্যকৰ তথ্য…

বৰ্তমান সময়ত যুৱক-যুৱতীৰ বিবাহৰ প্ৰতি অনীহা হৈছে নেকি? বৈবাহিক সম্পৰ্কৰ প্ৰতি বৰ্তমানৰ যুৱ চামৰ আগ্ৰহ নোহোৱা হ'ল নেকি এক সমীক্ষাই জগাই তুলিছে সেই প্ৰশ্ন। যোৱা কেইবছৰমানৰ পৰা দেশত অবিবাহিত যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰে চলোৱা এক
Read More...

কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ললিত মোদীৰ পত্নীৰ…

চৰ্চাত এতিয়া ললিত-সুস্মিতা । আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে পূৰ্বে কেতিয়াও ব্যক্তিগত জীৱন ৰাজহুৱা কৰা নাছিল। কিন্তু বৃহস্পতিবাৰে তেওঁ টুইটাৰত নিজৰ নতুন জীৱন সংগীৰ কথা প্ৰকাশ কৰি সকলোকে আচৰিত কৰি তুলিলে। বিশ্ব সুন্দৰী
Read More...

ডিব্ৰুগড়ত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইনফ্লু সংক্ৰমণ…

ডিব্ৰুগড়ত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইনফ্লু চিনাক্ত হৈছে।খোৱাং ন-খাট ৰাজ্যিক পশু চিকিৎসালয়ৰ অন্তৰ্গত ভোগালী পথাৰ গাঁৱত গাহৰিৰ ছোৱাইনফ্লু চিনাক্ত কৰিছে পশু বিভাগে।গাঁও খনৰ এজন গাহৰি পালকৰ ঘৰৰ পৰা লোৱা নমুনাত এই ৰোগৰ অৱস্থিতি ধৰা পৰিছে।আজি
Read More...

অশান্ত শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা, মালদ্বীপলৈ পলায়ন ৰাষ্ট্ৰপতি ৰাজাপাক্ষেৰ…

শ্ৰীলংকাত এতিয়া জুই জ্বলিছে। এই জুই অভাৱৰ জুই, আকালৰ জুই। তীব্ৰ অৰ্থনৈতিক সংকটে গ্ৰাস কৰা দ্বীপ ৰাষ্ট্ৰ খনৰ পৰা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই পলায়ন কৰাৰ পিছতে দেশ খনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। দ্বীপৰাষ্ট্ৰখনৰ
Read More...

মহাসংকটত দেশ! বিবিধ বিষয়েৰে জুৰুলা হৈছে ভাৰতীয় অৰ্থনীতি…

দেশৰ অৰ্থনীতিৰ বাবে বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতিয়ে৷ মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণহীনতা আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অৱনমনে ভাৰতীয় অৰ্থনীতিক ঠেলি দিছে গভীৰ সংকটৰ মাজলৈ৷ আজি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য
Read More...

আইচিচিৰ ৰেংকিং তালিকাৰ শীৰ্ষত বুমৰাহ…

কেনিংটন অ’ভেলত ইংলেণ্ডৰ বিৰুদ্ধে উজলিল যশপ্ৰীত বুমৰাহ। এদিনীয়া কেৰিয়াৰৰ সবাটোকৈ উত্‍কৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে বুমৰাহে। ৭.২ অ’ভাৰত মাত্ৰ ১৯ ৰান ব্যয়েৰে ৬টা উইকেট দখল কৰে বুমৰাহে। ইংলেণ্ডৰ ভূমিত ভাৰতীয় দ্ৰুত বলাৰ হিচাপে সৰ্বকালৰ অন্যতম
Read More...

এই ৰাশিৰ লোকৰ ওপৰত মহাদেৱৰ থাকে বিশেষ আশীৰ্বাদ! কোনকেইটা ৰাশি?

জ্যোতিষশাস্ত্ৰত প্ৰতিটো ৰাশিৰ স্বামী গ্ৰহ থাকে। একেদৰে প্ৰতিটো ৰাশিৰ এজন আদৰণীয় দেৱতাও থাকে। মানুহে যদি ৰাশি অনুযায়ী দেৱতাক পূজা কৰে তেন্তে তেওঁৰ জীৱনত সুখ আৰু সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয়। এনে এটা ৰাশি আছে যাৰ আদৰণীয় দেৱতা হৈছে
Read More...

দৰং কলেজত অঘটন! নামভৰ্তি কৰিবলৈ আহি ছাত্ৰৰ মৃত্যু…

দৰং মহাবিদ্যালয়ত অঘটন। নামভৰ্তিৰ আহি মৃত্যু হ’ল এগৰাকী মেধাৱী ছাত্ৰৰ। উত্তৰ পাৰৰ নালান্দাখ্যাত দৰং মহাবিদ্যালয়ৰ কলা শাখাৰ বিভিন্ন বিভাগৰ মুঠ ৮২০ খন আসনৰ বাবে আজি অনুষ্ঠিত হৈছিল নামভৰ্তি। এই নামভৰ্তিৰ বাবেই আহিছিল তেজপুৰৰ ভাৰ্গৱজ্যোতি বৰা
Read More...

ৰহাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ মৃত্যু…

ৰাজ্যত জাপানীজ এনকেফেলাইটিছে লৈছে ভয়ংকৰ ৰুপ। ৰহাত আন এজন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ মৃত্যু। মৃত লোকজন ৰহাৰ দীঘলদৰিৰ চন্দ্ৰকান্ত নাথ (৫৪)। দীৰ্ঘ দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
Read More...

আপুনি বেছিকৈ কেঁচা পিঁয়াজ খায় নেকি! বেছিকৈ পিঁয়াজ খালে কি হয় জানেনে?

পিঁয়াজে কাটিলে যদিও চকুৰ পৰা চকুপানী ওলায়, ইয়াৰ উপকাৰীতা কিন্তু অতি চমকপ্ৰদ। কিন্তু প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া। যদি আপুনি পিঁয়াজ প্ৰয়োজনতকৈ বেছি সেৱন কৰে, তেন্তে আপুনি বহু ধৰণৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে। গতিকে
Read More...