অসম

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে উত্তৰ-পূব পৰিষদৰ ৩.৩৩ কোটি টকা অনুদানেৰে নিৰ্মাণ কৰা টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ নতুন ভৱন

টাই ভাষা-কৃষ্টি-সংস্কৃতিৰ চৰ্চা-গৱেষণা আৰু বিকাশৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিসত্তাক অধিক উজ্জীৱিত কৰাৰ উদ্দেশ্যৰে উত্তৰ-পূব পৰিষদৰ ৩.৩৩ কোটি টকা অনুদানেৰে নিৰ্মাণ কৰা টাই শৈক্ষিক আৰু...

আজি মে-ডাম-মে-ফী উপলক্ষে উপৰিপুৰুষক টাই আহোমে কৰিব স্মৰণ; টিপামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

টাই- আহোম জনগোষ্ঠীয় লোক সকলে উপৰিপুৰুষ সকলক স্মৰণ তথা পূজা কৰাৰ বাবে পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফী পালন কৰি আহিছে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনগোষ্ঠীয় লোকসকলে...

দৰঙৰ নামখলাত পিষ্টলসহ তিনি দুধৰ্ষ ডকাইত কৰায়ত্ত

দৰং জিলা তথা নামখলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত গোমঠাপাৰা গাঁৱৰ দুৰ্গেশ্বৰ ডেকাৰ পুত্ৰ অজিত ডেকাসহ তিনি ডকাইত কৰায়ত্ত্ব৷ অজিত ডেকা কৰ্ম সূত্ৰে মুম্বাইত এলুমিনিয়াম কোম্পানীত...

অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণাংগ পৰ্য্যায়ত

অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনক লৈ এতিয়া ৰাইজৰ মাজত পাৰভঙা উচাহ৷ অধিৱেশনলৈ মাজত মাথো কেইঘন্টা মানহে বাকী৷ বৰখামতি পথাৰৰ মনিকাঞ্চন ক্ষেত্ৰত এতিয়া...

ধুবুৰীত ১২ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ

ধুবুৰীৰ বিভিন্ন ঘাটত থকা চাহৰ দোকান আৰু লঞ্চৰ পৰা ১২ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাইল্ড লাইন আৰু শ্ৰম বিভাগে। ধুবুৰীৰ চহৰৰ পাঁচ...

Popular