Breaking

Browsing Category

অসম

বীৰাগংনা মুলা গাভৰু কৃষিপাম সমবায় সমিতি উদ‍্যোগত : বিহুগীতৰ মাজেৰে কঠিয়া সিঁচিলে মন্ত্ৰী…

 অসমৰ কৃষিৰ সমান্তৰালভাৱে  সমবায় খ‌ণ্ডত এক  নতুন সম্ভাৱনা সৃষ্টি কৰি আজি শিৱসাগৰ জিলাৰ বীৰাগংনা মুলা গাভৰু কৃষি পাম  সমবায় সমিতিৰ  কৃষিকৰ্ম কঁঠিয়া সিঁচি  শুভাৰম্ভণি  ৰাজ্য খনৰ কৃষিমন্ত্ৰীকে ধৰি কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদে ।
Read More...

ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ এমাহপূৰ্তি : বঙাইগাঁৱত দলৰ মুখপাত্ৰ মনোজ…

এমাহতে এখন চৰকাৰৰ কাম- কাজ সন্দৰ্ভত এটা স্পষ্ট আৰু স্বচ্চ ধাৰণা ল'ব পৰাকৈ সকলোখিনি সামগ্ৰীক আন্তঃ গাঁথনি সন্পূৰ্ণ কৰাতো সম্ভৱপৰ নহয় ৷ তৎস্বত্বেও আমি অসম প্ৰদেশ বিজেপিৰ তফৰ পৰা গৌৰাম্বিত যে এইখন চৰকাৰে এমাহতে কিন্তু কিছুমান পদক্ষেপৰ
Read More...

কোকৰাঝাৰ জিলাৰ অভয়াখুটি অঞ্চলত দুগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চৰজমিন বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰাৰ বাবে অসম আৰক্ষীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দুৰ্ভগীয়া কিশোৰী দুগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে আজি মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ জিলাৰ অভয়াখুটি গাঁৱত যোৱা
Read More...

মোৰাঝাৰত নিচাজাতীয় বস্তু সহ এজন আটক

হোজাই জিলাৰ  মোৰাঝাৰ  আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ  নেতৃত্বত চৌধুৰীবজাৰ উপ আৰক্ষী চকীৰ বিষয়া প্ৰদীপ তামুলীৰ সহযোগত কালি নিশা এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই   চৌধুৰীবজাৰৰ বজাৰখনৰ এখন গেলামালৰ দোকানৰ পৰা নিচাজাতীয় বস্তু জব্দ কৰাৰ
Read More...

বৰপেটাৰ পালহাজিত এজন ড্ৰাগছ ব্যৱসায়ী আটক

এক গোপন সুত্ৰৰ পম খেদি বৰপেটাৰ আৰক্ষীয়ে পালহাজিত বজাৰত এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হয়। বৰপেটাৰ পালহাজিৰ বজাৰত এখন জুৱেলাৰী দোকানত ৰাখিছিল ৫ টা ড্ৰাগছৰ কংতেইনাৰ ।ইয়াৰ পৰিমান ১.৭১ গ্ৰাম। লগতে দোকানী ইমৰান
Read More...

দক্ষিণ শালমাৰা আৰক্ষীৰ তৎপৰতাত ৭ টা চোৰাং গৰু জব্দ

ক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ৰাভাটাৰীত আজি পূৱা ৮ বজাত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল ৰয় প্ৰধানীৰ নেতৃত্বত এক গোপন সুত্ৰৰ পমখেদি অভিযান চলাই ৭ টাকৈ চোৰাং গৰু জব্দ কৰে৷ উক্ত গৰু কেইটা বাংলাদেশলৈ নিয়াৰ পথত জব্দ কৰা হয়
Read More...

নিশা ধুবুৰীৰ কলেজ নগৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট,ব্ৰাউন চুগাৰ আৰু নগদ ধন সহ এজন…

 ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ হাফিজুৰ ৰহমানৰ গাড়ী চালক জুলফিকাৰ আলম মণ্ডল ওৰফে জুল নামৰ যুৱক জনে চিকিৎসকৰ গাড়ী চলোৱাৰ সমান্তৰাল কৈ কৰি গৈছিল ড্ৰাগছৰ বেহা। তেনেই এক গোপন খবৰৰ ভিত্তিত ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত
Read More...

ধুবুৰীত মাৰাত্মক ড্ৰাগছৰ সহ আৰক্ষীৰ জালত পাঁচ গৰাকী যুৱক গ্ৰেপ্তাৰ

ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে। যোৱা কালি ধুবুৰীত ড্ৰাগছ সহ পাঁচ গৰাকী লোকক গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, সৰ্বনাসী ড্ৰাগছৰ বেহাত নামি পৰিছে ধুবুৰীৰ
Read More...

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ ৰাজ্যিক সমন্বয়কৰ উপস্থিতিত বৰপেটা উপায়ুক্তৰ কাৰ্যালয়ত সভা

বৰপেটা জিলাৰ আগন্তুক সাম্ভাব্য বান-দুৰ্যোগৰ প্ৰস্ততিমূলক আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ সভা আজি বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা
Read More...

নেমু খেতিৰে বজাৰ দখলৰ লক্ষ্য সোণাৰি চফ্ৰাইৰ একাংশ যুৱকৰ

ৰাজপথ বা সভাৰ শ্ল'গান নহয়, পথাৰো আমাৰ, বজাৰো আমাৰ এই বাক্যশাৰী বাস্তৱত সঠিক ৰূপত ব্যৱহাৰ কৰিছে সোণাৰিৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে। চাকৰিৰ মহঙা দিনত কৃষিকাৰ্যৰ জৰিয়তে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী যুৱক প্ৰশান্ত দত্ত। সোণাৰিৰ চফ্ৰাই
Read More...