Breaking

Browsing Category

অসম

লাহৰীঘাটৰ বগলীপাৰাত নগদ ধন সহ ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটত যোৱা নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ড্ৰাগছ , নগদ ধনসহ এজনক আটক কৰে। বগলীপাৰা গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী টোৰ নাম নজৰুল ইছলাম( ৫০ ) । ধৃত নজৰুলৰ পৰা ৫ টা হি'ৰইন
Read More...

ৰঙিয়াৰ বিজেপি সদস্য প্ৰদীপ চৌধুৰীক তাৎক্ষণিকভাৱে নিলম্বন

শুকুৰবাৰে নিশা কৰায়ত্ত হোৱা ড্ৰাগচ সৰবৰাহকাৰী প্ৰদীপ চৌধুৰীৰ বাতৰিয়ে সমগ্ৰ অসম তোলপাৰ লগাইছিল,যত সাঙোৰ সাই পৰিছিল বিজেপিৰ কিছু নেতা মন্ত্ৰীৰ পৰা সাংসদলৈকে নাম । এইসন্দৰ্ভত উত্তৰ কামৰূপ জিলা বিজেপিৰ তৰফৰ পৰা এখন সংবাদমেল যোগে উপ-সভাপতি
Read More...

গুৱাহাটীত ১৬,৫৭০জনক ভেকচিন প্রদান

ৰাজ্য চৰকাৰৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে শনিবাৰৰ পৰা পুনৰ আৰম্ভ কৰিছে ভেকচিন প্রদান অভিযান৷ কালি মহানগৰ জিলাৰ ২৩,২৭৮গৰাকী লোকক ভেকচিন প্রদান কৰিছিল৷ দেওবাৰে মহানগৰীৰ ৫৮টা কেন্দ্রত মুঠ ১৬,৫৭০গৰাকী লোকক
Read More...

২৪ ঘণ্টাত ৭০ হাজাৰ লোক কোৰোণাত আক্ৰান্ত, এটা সপ্তাহত ৩০ শতাংশ হ্ৰাস আক্ৰান্তৰ হাৰ

দেশত কোৰোণা ভাইৰাছৰ (Covid-19 Cases in India) দ্বিতীয় ঢৌত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পোৱা দেখা গৈছে। বিগত সপ্তাহত সংক্ৰমণৰ হাৰ ৩০ শতাংশ হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ৭০ হাজাৰ ৪২১জন লোক। মৃত্যু হৈছে
Read More...

লাহে লাহে শিথিল হ’ব কোভিড নিয়ম।দুটা ড’জ ভেকচিন লোৱা চৰকাৰী কর্মচাৰীক কার্যালয়ত যোগদানৰ…

দীর্ঘদিনে চৰকাৰী কার্যালয়সমূহ বন্ধ ৰখাৰ ফলত প্ৰায় স্থবিৰ হৈ পৰিছে ৰাজ্যৰ প্রশাসনিক কাম–কাজসমূহ৷ এই স্থবিৰতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নির্দেশনা৷ সেই অনুসৰি ক’ভিড ভেকচিনৰ দুয়োটা ড’জ গ্রহণ কৰা চৰকাৰী কর্মচাৰীসকল আজিৰ পৰা
Read More...

নলবাৰীৰ বিভিন্ন ঠাইত কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী

স্বেচ্ছাসেৱী সংগঠন ৰেইজ ৰ উদ্যোগত নলবাৰী বৰভাগত কোভিড ভেকচিন প্ৰদান কৰা হয় । বৰভাগৰ কালাগ হাটখোলাস্থিত বৰগভাগ যুৱ সমাজৰ কাৰ্যালয়ত এই কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বৰভাগ অঞ্চলৰ ৪৫ বছৰ ঊৰ্ধৰ ব্যক্তি সকলক এই
Read More...

কণ্টেইনমেণ্ট হোমত থকা ৰাইজৰ মাজত খাদ্য সামগ্ৰী ,মাস্ক,চেনিটাইজাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

সমগ্ৰ দেশৰ লগতে নগাঁৱতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰোণাৰ সংক্ৰমণ। বৰ্তমানলৈকে জিলাখনত ১৩ হাজাৰৰো অধিক ব্যক্তি ক'ৰোণাত আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে ৭৪জন ব্যক্তিয়ে ক'ৰোণাত প্ৰাণ হেৰুৱাইছে। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত চহৰাঞ্চলৰ লগতে
Read More...

যাত্ৰীৰ সুবিধাৰ বাবে অসমৰ পৰা বহিঃ ৰাজ্যলৈ দুখন সাপ্তাহিক ৰেল

ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতো যাত্ৰীৰ সুবিধাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ইয়াৰ পৰিসৰত অন্তৰ্ভূক্ত ৰাজ্য কেইখনৰ পৰা অহা ২১ মে'ৰ পৰা সাতখনকৈ বিশেষ সাপ্তাহিক ৰেল চলাচল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত দুখন বিশেষ
Read More...

সত্ৰৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

বৰপেটাৰ হাউলিত উপস্থিত মন্ত্রী ৰঞ্জিত কুমাৰ দাস।বৰপেটাৰ হাউলী অঞ্চলৰ ঐতিহাসিক মৈৰামাৰা সত্ৰৰ ভূমি বেদখল কৰাক লৈ বিশেক তৎপৰতা হাতত লৈছে। তৎকালীনভাৱে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তথা সংশ্লিষ্ট বিষয়াবৰ্গক উক্ত বিষয়টো
Read More...

কৃষিমন্ত্ৰী অতুল বৰাৰ দ্বাৰা শিৱসাগৰত স্থানীয় সমবায় সমিতিৰ উদ্যোগত গ্ৰহণ কৰা সমূহীয়া কৃষি কাৰ্যৰ…

অসম চৰকাৰৰ কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ণ আৰু সমবায় বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি শিৱসাগৰ জিলাৰ জয়সাগৰ স্থিত ডিমৌ পথাৰত ১৯৬০ চনতে প্ৰতিষ্ঠা লাভ কৰা বীৰাংগনা মূলাগাভৰু কৃষিপাম
Read More...