Breaking

Browsing Category

অসম

নতুন চৰকাৰৰ দৃষ্টি পৰিবনে দধিয়াৰ ৰাইজৰ ওপৰত : গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা দধিয়া

গৰাখহনীয়াত ঘৰ ভেঁটি-মাটি সকলো হেৰুৱাই সৰ্বস্বান্ত হৈ জীয়াই থকাৰ বাবে এডোখৰ নিৰাপদ ঠাই বিচাৰি  ৰাজপথত মাহজোৰা আন্দোলন কৰিছিল ডিব্ৰুগড়ৰ চাবুৱা সমষ্টিৰ দধিয়াৰ ৰাইজে। বিগত বৰ্ষত পুনৰ সংস্থাপনৰ প্ৰতিবাদ কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যলয়ৰ
Read More...

দুলীয়াজানৰত কৰ’ণা আক্ৰান্তৰ পৰিয়ালৰ কাষত অ:জা:প:ৰ সভাপতি লুৰীণজ্যোতি গগৈ

সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে এক প্ৰকাৰে মহামাৰী ৰূপ ধাৰণ কৰিছে । ইয়াৰ সমান্তৰালকৈ ভাৰত আৰু অসমৰ গাঁৱে-ভূঞে, চাহ-বাগিচা আদি সকলো প্ৰান্তততে এই ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দুলীয়াজান সমষ্টিৰ অন্তৰ্গত১৬ নং তিনিআলি, প্ৰাগজ্যোতিষপুৰ, বিষ্ণু
Read More...

মেক্সিকোত অৰণ্য গঢ়িবলৈ যাব অসমৰ যাদৱ পায়েং, লগত লৈ যাব তামোল আৰু নাৰিকলৰ পুলি

অসমৰ যাদৱ পায়েঙক দক্ষিণ আমেৰিকাৰ মেক্সিকো চৰকাৰে সন্মান জনাই প্ৰদান কৰিছে ১০ বছৰৰ ভিছা। পায়েঙৰ সৈতে মেক্সিকোৰ চৰকাৰে কৰিছে এক বিশেষ চুক্তি। পদ্মশ্ৰী যাদৱ পায়েঙক দেশখনত প্ৰতি বছৰে তিনি মাহ থকাকৈ দহ বছৰলৈ মেক্সিকোলৈ আমন্ত্ৰণ জনাইছে দেশখনৰ
Read More...

যোৰহাটত মহিলাক ধৰ্ষণ ৰিক্সা চালকৰ

পুনৰবাৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা এক জঘন্য ঘটনাৰ সন্মুখীন হৈছে যোৰহাটত৷ ঘৰলৈ যোৱা মহিলাক ধৰ্ষণ ৰিক্সা চালকৰ৷ সংকটজনক অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকী৷ নগেন শইকীয়া আৰু ঘন শইকীয়া নামৰ অভিযুক্ত দুজনক আটক কৰে আৰক্ষীয়ে৷ ধৃত লোকজনৰ ঘৰ
Read More...

ৰহাৰ সাহসী বোৱাৰী নিহাৰিকা দাসৰ শহুৰেক থুলেশ্বৰ দাসৰ নিশা GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু ।

অথলে গল নিহাৰিকাৰ প্ৰচেষ্টা পিতৃ স্নেহৰ অপূৰ্ব নিদৰ্শনৰ ছবি ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত।অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ নিশা ১০.৩০ বজাত মৃত্যু হয় । উল্লেখযোগ্য যে নিহাৰিকাৰ পিতৃস্নেহৰ অপূৰ্ব নিদৰ্শনৰ ছবি
Read More...

দেশত ১ লাখলৈ নামিল আক্রান্তৰ সংখ্যাঃ ২৪ ঘণ্টাত ক’ভিড পজিটিভ ১,০০,৬৩৬

ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা ধীৰে ধীৰে স্তিমিত হোৱাৰ দিশে৷ এদিনত চাৰি লক্ষাধিক লোক ক’ভিডত আক্রান্ত হোৱাৰ পাছত এতিয়া এদিনত আক্রান্তৰ সংখ্যা ১ লাখলৈ নামিল৷ যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডত আক্রান্ত হৈছে ১,০০,৬৩৬জন৷ ৬১ দিনৰ
Read More...

ওদালগুৰিত প্ৰাক্তন এনডিএফবি কেডাৰৰ সংবাদমেল :চুক্তি অনুসৰি সংস্থাপন নোহোৱাৰ বাবেই পুনৰ জংঘললৈ গৈছে…

তৃতীয় বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ প্ৰায় ডেৰ বছৰ উকলি যোৱাৰ সময়তো চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ সংস্থাপনকে ধৰি আন আন প্ৰতিশ্ৰুতি পালন নকৰাত বৰ্তমান ভাগি পৰিছে সেইসকল কেডাৰ। ৭জুনত  ওদালগুৰিত এক সংবাদমেল সম্বোধন কৰে
Read More...

ছান্দমাৰীত ড্ৰাগছ বেপাৰী আটক। ৫২টা কন্টেইনাৰ জব্দ

গুৱাহাটী মহানগৰীতো ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী। সোমবাৰে বিয়লি গুৱাহাটীৰ পূৱ শৰণীয়া পথৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে এজন ড্ৰাগছ বেপাৰী আৰু এজন ড্ৰাগছ আসক্তক কৰায়ত্ব কৰাৰ লগতে ৫২টা ড্ৰাগছ কন্টেইনটাৰ জব্দ কৰে। আয়ুশ আলী ওৰফে পোৱালী নামৰ
Read More...

ড্ৰাগছ ধৰিছে থিকেই। কিন্তু প্ৰকৃত ঘাটি যেন এতিয়াও বহু দূৰত। পৰিছে বিৰূপ প্ৰভাৱ।

ড্ৰাগছ ধৰিছে থিকেই। কিন্তু প্ৰকৃত ঘাটি যেন এতিয়াও বহু দূৰত। পৰিছে বিৰূপ প্ৰভাৱ। https://youtu.be/05Dh8caONA0
Read More...