Breaking

Browsing Category

অসম

আজি কেন্দ্রীয় মন্ত্রীসভাৰ সম্প্রসাৰণঃ প্রাক্তন মুখ্যমন্ত্রী সোণোৱালৰ অন্তর্ভুক্তি নিশ্চিত

সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই আজি নৰেন্দ্র মোদী মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটিব৷ ৰাষ্ট্রপতি ভৱনৰ পৰা এই সন্দর্ভত এতিয়ালৈকে কোনো বার্তা প্রেৰণ কৰা নাই যদিও প্রধানমন্ত্রী কার্যালয়ে আজি সন্ধিয়া ৫.৩০ বজাত শপতগ্রহণ কার্যসূচী ইতিমধ্যে প্রস্তুত
Read More...

মধ্যাহ্ন ভোজনৰ চাউল ওলাল পৰিচালনা সমিতিৰ সভানেত্ৰীৰ ঘৰত

বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী আৰু প্ৰধান শিক্ষকৰ বিৰূদ্ধে এজাহাৰ দাখিল দুৰ্নীতি।দুৰ্নীতি।চাৰিওফালে কেৱল দুৰ্নীতি।দুৰ্নীতিয়ে গ্ৰাস কৰিছে ৰাজ্যখনক। নবনিযুক্ত মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰূদ্ধে যিমানেই তৎপৰ হৈছে।সিমানেই বাঢ়িব ধৰিছে
Read More...

অখিলৰ বিৰুদ্ধে চাবুৱা চানমাৰি থানাৰ গোচৰ নিম্ন আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই হাইক’ৰ্টত ‘নিয়া’

চাবুৱা আৰু চানমাৰি থানাত ৰুজু হৈ থকা গোচৰত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তেওঁৰ সতীর্থসকলক নিম্ন আদালতে দোষমুক্ত কৰি প্রদান কৰা ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তদন্তকাৰী সংস্থা নেচনেল ইনভেষ্টিগেচন এজেঞ্চী
Read More...

ধুবুৰীত গো-মাফিয়ালৈ অসম আৰক্ষীৰ গুলী : ভৰা লুইতৰ মাজত আৰক্ষীয়ে গুলীয়ালে গো-মাফিয়াক

ধুবুৰীত গো-মাফিয়ালৈ অসম আৰক্ষীৰ গুলী, ভৰা লুইতৰ মাজত আৰক্ষীয়ে গুলীয়ালে গো-মাফিয়াক বাংলাদেশলৈ অবৈধভাৱে গৰু চালান দিওঁতে আৰক্ষীৰ গুলীবৰ্ষণ, নাও এৰি পলায়ন গো-মাফিয়াৰ গো-মাফিয়ালৈ লক্ষ্য কৰি প্ৰচণ্ড গুলীবৰ্ষণ আৰক্ষীৰ, ৩ খন নাৱৰে
Read More...

অভিনেতা দিলীপ কুমাৰ আৰু নাই

বলীউডৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰ আৰু নাই ৷ তেওঁ আজি ৰাতিপুৱা ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৮ বছৰ ৷ দিলীপ কুমাৰক উশাহ-নিশাহৰ অসুবিধাৰ বাবে ২৯ জুনত মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
Read More...

বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

বলীউডৰ বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ আৰু নাই। ৯৮ বছৰ বয়সত মুম্বাইৰ হিন্দুজা হাস্পতালত শেষ নিশ্বাস ত্যাগ দিলীপ কুমাৰৰ। পুৱা ৭ বাজি ৩০ মিনিটত দেহাৱসান ঘটে যশস্বী অভিনেতাগৰাকীৰ। ‘ট্ৰেজেডী কিং’ ৰূপে পৰিচিত প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ
Read More...

ৰাজ্যৰ পেচেঞ্জাৰ ট্ৰেইনসমূহ অচিৰেই চলাচল কৰোৱাৰ বাবে উদ্যোগ গ্ৰহণ সাংসদ ভূৱনেশ্বৰ কলিতাৰ

ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে অসমত আন্তঃজিলা পৰিবহণ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত কৰ্মৰত লোকসকলে নিজ নিজ কৰ্তব্যস্থানত উপস্থিত হ'বলৈ এখন জিলাৰ পৰা আনখন জিলালৈ যাবলগীয়া হোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন
Read More...

ধিঙত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ অভিযান ।

👉 ধিঙত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ অভিযান । 👉 নগাওঁ জিলাৰ DSP দিপ্তী মালীৰ নেতৃত্বত অহা আৰক্ষীৰ দলে ধিঙৰ ৰজাবাৰীৰ আব্দুল ৰহিমৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ৩০ টাকৈ চোৰাং গৰু। 👉 আৰক্ষী অহাৰ উমান পায় ঘৰৰ পৰা পলায়ন কৰে চোৰাং গৰু
Read More...

নিবন্ধকাৰ গোপাল জালানৰ শেহতীয়া গ্ৰন্থ ‘সত্যানুসন্ধান’ উন্মোচন

আজি ‘সাদিন’ৰ সম্পাদনা কক্ষত ‘বাৰ্তাপখিলী’ৰ কাৰ্যবাহী সম্পাদক, সাংস্কৃতিক কৰ্মী তথা নিবন্ধকাৰ গোপাল জালানৰ শেহতীয়া গ্ৰন্থ ‘সত্যানুসন্ধান’ উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক-গল্পকাৰ তথা ‘সাদিন’ৰ সম্পাদক অনুৰাধা শৰ্মা
Read More...

নগাঁৱৰ সদৰ সমষ্টিৰ কেইবাটাও অঞ্চলত’সমুহীয়া কঠীয়াতলী আঁচনি’ৰ বীজ ৰোপনৰ শুভাৰম্ভ বিধায়ক…

কোভিড সৃষ্ট জটিল পৰিস্হিতিৰ মাজতে গ্ৰামাঞ্চলৰ কৃষক ৰাইজ কৃষি কৰ্মত নামি পৰিছে । বাৰিষা কালৰ বানক প্ৰত্যাহ্বান জনাই হলেও বৰ্তমান সময়ত শালি ধানৰ খেতিত  কৃষক সকলে মনোনিবেশ কৰিছে। আনহাতে বানপীড়িত অঞ্চলত শস্য ভূমি নষ্ট হোৱাৰ পাচত অসহায় হৈ
Read More...