Breaking

Browsing Category

অসম

মুকালমুৱাৰ আৰক্ষীৰ জালত যুৱতী অপহৰণকাৰী৷অপহৃত যুৱতীৰ সন্ধানত আৰক্ষীৰ মাৰাথান অনুসন্ধান৷

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বাকৰিকুছি গাঁৱৰ এগৰাকী ২৫ বছৰীয়া যুৱতীক অপহৰণ কৰি আৰক্ষীৰ জালত পৰিছে এটা অপহৰণকাৰী ৷ ঘটনাৰ বিৱৰীমতে বাকৰিকুছি গাঁৱৰ ২৫ বছৰীয়া এগৰাকী যুৱতীক একেখন গাঁৱৰে কাদেৰ আলী (২৮) নামৰ লম্পট যুৱকজনে নিজ
Read More...

দৰং আৰক্ষীৰ আন এক সাফল্য ।নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে দৰং আৰক্ষীৰ অভিযান

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে দৰং আৰক্ষীৰ অভিযান।জিলাখনৰ সকলো  আৰক্ষীয়ে  অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে। সমান্তৰালকৈ যোৱানিশা দৰং জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে সদৰ
Read More...

দুলীয়াজান-ডিগবৈত ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান: বিলাসী বাহন,নগদ ধনসহ বৃহৎ পৰিমাণৰ…

 দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হি'ৰইন আৰু গাঞ্জা জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ পাঁচ জনক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত খবৰ অনুসৰি দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি দত্ত আৰু উপ-পৰিদৰ্শক আভাজ্যোতি
Read More...

বিধায়ক ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি গুলীবৰ্ষণ নগাৰ

বিধায়ক ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি গুলীবৰ্ষণ নগা লোকৰ। কথমপি প্ৰাণৰক্ষা বিধায়কগৰাকীৰ। মৰিয়নিৰ দিচৈ বনাঞ্চলত হোৱা নগা লোকৰ বেদখল পৰিদৰ্শন কৰিবলৈ গৈছিল বিধায়কগৰাকী। লগত বন বিভাগ আৰু সাংবাদিকৰ এটা দলো আছিল। হাতে হাতে বন্দুক লৈ ওলাই আহে
Read More...

ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা, কৰ্মচাৰীৰ দুৰ্দশা

লকডাউনৰ ফলত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত ব্যক্তিসকলৰ লগতে   ব্যপকভাৱে প্ৰভাবিত হৈছে অসমৰ ন্যায় ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলো।আজি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা তথা কৰ্মচাৰীসকলে সংবাদমাধ্যমৰ আগত তেওঁলোকে লকডাউনৰ ফলত
Read More...

বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড, নগৰবেৰাৰ বদলাত উত্তাল প্ৰতিবাদ

ৰাজ্যত ধোঁৱাচাঙত বিদ্যুৎ বিভাগ।দক্ষিণ কামৰূপৰ বকো বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ আজৱ কাণ্ডই মূৰে কপালে হাত দিবলগীয়া হৈছে নগৰবেৰাৰ টুপামাৰী, বদলা, ৰাঙ্গাপানী অঞ্চলৰ ৰাইজে। বকো বিদ্যুৎ উপ সংমণ্ডলীয় নগৰবেৰাৰ ৰাঙ্গাপানী, বদলা, টুপামাৰী আদি
Read More...

ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনা পৰীয়া নামঘৰত কভিড প্ৰ’ৰ্টকল মানি মাধৱদেৱৰ…

শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠিত টীয়কৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰ আৰু লাহদৈগড়স্থিত মহিমা মণ্ডিত মইনা পৰীয়া নামঘৰত আজি সম্পূণ কভিড বিধি মানি অনুষ্টুপিয়াকৈ মাধৱদেৱৰ ৫৩৩ তম জন্ম জয়ন্তী  কাৰ্যসূচি সম্পন্ন কৰা হয়। যোৱা বছৰৰ পৰা সমগ্ৰ
Read More...

এম্বুলেন্সত উদ্ধাৰ কাছ মাংস :বন বিভাগৰ অভিযানত আটক দুজন

সমগ্ৰ বিশ্বতে এতিয়া ক'ৰণাৰ আতংক এম্বুলেঞ্চ এখন চকুৰ সন্মুখেদি পাৰ হলেই ভাব হয় ইয়াত নিশ্চয় ক'ৰণা আক্ৰান্ত ৰোগী গৈছে। কিন্তু বিশ্বনাথৰ এখন এম্বুলেন্সত ৰোগীৰ পৰিবৰ্তে কাছ মাংস সৰবৰাহ কৰা কথাহে পোহৰলৈ আহিছে। কৰোণা বা অন্যান্য ৰোগী নহয় ,
Read More...

ই -আলোচনী ‘গুৰুবাৰ্তা’ উন্মোচন,অনলাইন শিক্ষাত অভিযোজন কৰোৱাটো এক প্ৰত্যাহ্বানঃ উপাচাৰ্য…

অনলাইন শিক্ষাত ছাত্ৰ ছাত্ৰীক জড়িত কৰি অভিযোজিত কৰোৱাটো এক প্ৰত্যাহ্বান। পৰম্পৰাগত শ্ৰেণীসমূহতকৈ অনলাইন শ্ৰেণীকোঠাত শিক্ষকে অধিক শিক্ষণ কৌশল প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীক পাঠৰ সৈতে একাত্ম কৰিব পাৰিলে বেছি ফলপ্ৰসূ হ'ব। 'গুৰুবাৰ্তা' শীৰ্ষক অনলাইন
Read More...

ক’ভিড-১৯ত আক্ৰান্ত অগপ দলৰ বিধায়ক প্ৰদীপ হাজৰিকা

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ দেহত ধৰা পৰিল ক’ভিড-১৯ । শিৱসাগৰৰ দ’লমুখ চাৰিআলি কভিড কেয়াৰ চেন্টাৰত ভৰ্ত্তি বিধায়ক প্ৰদীপ হাজৰিকা। মংগলবাৰে বিধায়ক হাজৰিকাই গুৱাহাটীত ক’ভিড পৰীক্ষা কৰিছিল। বুধবাৰে ফলাফলত পজিটিভ আহে।
Read More...