Breaking

Browsing Category

অসম

পৰেশ বৰুৱা প্ৰসংগত বিধানসভাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।

পৰেশ বৰুৱা প্ৰসংগত বিধানসভাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। https://youtu.be/3RgRK8bEYoc
Read More...

মুকালমুৱাত ড্ৰাগছ বিৰোধী অভিযান ৷ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী আব্দুল ৰহিম আৰু চফিকুল হক ৷ ৯ টা…

মুকালমুৱাত ড্ৰাগছ বিৰোধী অভিযান ৷ড্ৰাগছৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষীৰ সফল অভিযান ৷মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মুকালমুৱাৰ ঘোগাত আৰক্ষীৰ অভিযান ৷আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷ধৃত
Read More...

লেটচ পেডেলৰ কভিড সজাগতাৰে চাইকেল ৰেলী

 লে'টছ পেডেলৰ উদ্যোগত  পুৱাভাগতে  বিশ্বনাথ চাৰিআলিৰ মধুপুৰ তিনিআলিৰ পৰা এক ক'ভিড সজাগতা ৰেলি উলিওৱা হয়।  লে'টছ পেডেলৰ তৰফৰ পৰা বিশ্বনাথ ঘাট, নৱপুৰ আৰু বামগাৱঁত চাবোন আৰু মাস্ক বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ক'ভিড আচৰণবিধি সম্পূৰ্ণৰূপে
Read More...

মটক ৰাজ্যৰ প্ৰতিস্থাতা সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস পালন দৈনন্দিন বাৰ্তা আৰু ডিবি নিউজৰ মুখ্য…

মটক ৰাজ্যৰ প্ৰতিস্থাতা সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস পালন দৈনন্দিন বাৰ্তা আৰু ডিবি নিউজৰ মুখ্য কাৰ্যালয়ত। উপস্থিত থাকে সদস্য মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৱজ্যোতি শইকীয়া,অমূল্য সেনাপতি ,সদৌ অসম মটক সন্মিলনৰ (কেন্দ্ৰীয়)
Read More...

নগাঁও মৰিকলং আৰক্ষীৰ অভিযান নগাঁও মৰিকলংত ব্ৰাউন চুগাৰ সহ এজনক আটক

নগাঁৱত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান।নগাঁও মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জুমনি কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলেকালি সন্ধিয়া মৰিকলং অঞ্চলৰ পৰা আটক কৰে এটা কুখ্যাত ড্ৰাগছ মাফিয়াক।
Read More...

অৱশেষত গ্ৰেপ্তাৰ হ’ল মল্লযোদ্ধা সুশীল কুমাৰ

অৱশেষত ১৮ দিনীয়া উৎকণ্ঠাৰ পাছত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাগৰ ৰাণা হত্যাকাণ্ডত অভিযুক্ত, অলিম্পিকত দুবাৰকৈ মেডেল অৰ্জন কৰা মল্লযোদ্ধা সুশীল কুমাৰক। দেওবাৰে পুৱা দিল্লী মুণ্ডকা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে সুশীল কুমাৰৰ লগতে আন এগৰাকী
Read More...

দূৰাৰোগ্য ব্লাডকেঞ্চাৰত আক্ৰান্ত মৰিগাঁওৰ লাহৰিঘাটৰ কণমাণী ছোৱালীঃ আৰ্থিক সাহায্যৰ আহ্বান দৰিদ্ৰ…

সম্প্ৰতি মৰিগাঁও জিলাৰ লাহৰিঘাট গাঁও নিবাসী আইজুল ইছলামৰ কণমাণী ছোৱালী ছুমায়া চিদ্দিকা(৭) ই বিগত ৬ মাহ ধৰি দুৰাৰোগ্য ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ আছে। বৰ্তমান তাইৰ অৱস্থা খুবেই সংকটজনক হোৱা বাবে বৰ্তমান তাইৰ উন্নত চিকিৎসাৰ
Read More...

আজি মটক ৰাজ্যৰ প্ৰতিস্থাতা বীৰপুৰুষ সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস। উজনি অসমৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধা…

আজি মটক ৰাজ্যৰ প্ৰতিস্থাতা বীৰপুৰুষ সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস। উজনি অসমৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। তিনিচুকীয়া,লখিমপুৰ,ডিব্ৰুগড়ৰ কোভিড প্ৰট'কল পালন কৰি বীৰপুৰুষগৰাকীৰ প্ৰতিমুৰ্তি আৰু প্ৰতিকৃতিত মাল্যাৰ্পন,বন্তি প্ৰজ্জ্বলন কৰি
Read More...

শিমলুগুৰি ৰামুগাৱঁত শ্ৰমদান কৰি শোচনীয় পথ মেৰামতি ৰাইজৰ

যি সময়ত বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে পথ নিৰ্মাণকে ধৰি বহু কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল বাস্তৱ ক্ষেত্ৰত বহুত অঞ্চলত তাৰ বিপৰীত ছবিখন স্পষ্টকৈ ফুটি উঠিছে ৷ এসময়ত গড়কাপ্তানি মন্ত্ৰীৰ দায়িত্বত থকা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ মাহমৰাৰ
Read More...

য়াছৰ কবলত পৰিব অসম! বাতিল কৰা হ’ল কেইবাখনো গুৰুত্বপূৰ্ণ ৰে’ল

সাগৰীয় ঘূৰ্ণীবতাহ য়াছৰ কবলত পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চল৷ এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ নিৰাপত্তাৰ দিশলৈ লক্ষ্য কৰি ইতিমধ্যে সষ্টম হৈ পৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে৷ সেই অনুসৰি,  অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা দক্ষিণ
Read More...