Breaking

Browsing Category

অসম

যোগীঘোপাৰ বিভিন্ন গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়ক প্ৰদীপ সৰকাৰৰ | ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ…

আজি বঙাইগাওঁ জিলাৰ অভয়াপুৰী দক্ষিন বিধান সভা সমষ্টিৰ অন্তৰ্গত ডুবাচুৰী, মধুফল, পাচনীয়া-মোহনপুৰ আদি নৈ-পৰীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়া অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লয় স্থানীয় বিধায়ক প্ৰদীপ সৰকাৰে । লগতে সমস্যাৰ ওপৰত স্থানীয় ৰাইজৰ
Read More...

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযান:দেশী – বিদেশী সুৰা জব্দ

ক'ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী - বিদেশী অবৈধ সুৰাৰ বেহা । অৱশেষত গোপন সূত্ৰৰ পম খেদি  আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ
Read More...

লাহোৱাল আৰক্ষীৰ গাঞ্জাসহ তিনিজনক আটক

 ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষীয়ে নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে অভিযান চলাই ডিকম হেজেলবেঙ্ক পমাৰতলীত গাঞ্জা বিক্ৰী কৰি থকা অৱস্থাত দুৰ্গা তাঁতী আৰু সেৱন কৰি থকা অৱস্থাত বিশাল বেদিয়া আৰু মনোজ গোৱালা নামৰ মুঠ তিনিজনক হাতেলোটে আটক কৰি বৃহৎ পৰিমাণৰ
Read More...

জলেশ্বৰত ড্ৰাগছৰ ঘাটি উৎখাত: নুৰুল ইচলাম মোল্লাই ঘৰৰ পিছফালে পুতি থৈছিল নিচা জাতীয় দ্ৰব্য

 ৰাজ্যত একাংশ অসাধু লোকে চলাই আহিছে অসামাজিক তথা অপৰাধ জনিত কাৰ্য্য। ইয়াৰ বাবে প্ৰশাসনৰ মুৰৰ কামোৰণি হৈ পৰিছে। এই ক্ষেত্ৰত নামনি অসমৰ গোৱালপাৰা জিলাৰ জলেশ্বৰোড্ৰাগছ ব্যৱসায়ীৰ ৰম্যভূমিত পৰিণত হৈছে।প্ৰশাসনে এটাৰ পিছত এটাকৈ উৎখাত কৰিবলৈ
Read More...

মুকালমুৱাত নিচাজাতীয় ড্ৰাগছসহ এজনক আটক ৷

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ আজিও মুকালমুৱা থানাৰ ২নং ঘোগাত (বালিকুছি) এক গোপন সুত্ৰৰ খবৰৰ ভিত্তীত মুকালমুৱা আৰক্ষীয়ে অভিযান চলায় এটা ড্ৰাগছ ব্যৱসায়ীক
Read More...

ৰঙিয়াৰ ব্যক্তিগত বিদ্যালয়ে আগবঢ়ালে বিনামূলীয়া ক’ভিড এম্বুলেন্স

আজি ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰঙিয়া তুলসিবাৰীস্থিত ব্যক্তিগত খণ্ডৰ ডি মাথা নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় খনৰ তৰফৰ পৰা এখন বিনামূলীয়া এম্বুলেন্স প্ৰদান কৰে। উল্লেখযোগ্য যে ৰঙিয়াত দিনকদিনে বৃদ্ধি পাই অহা ক'ভিড আক্ৰান্তৰ সুবিধাৰ
Read More...

ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ বৰলীয়া নৈৰ মথাউৰি পৰিদৰ্শন

বাৰিষা কাল সমাগত , ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰী তথা স্থানীয় বিধায়ক সকলক ভগ্ন মথাউৰী নিৰ্মাণৰ কামৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিছে । বাৰিষাৰ পূৰ্বেই আটাইবোৰ মথাউৰীৰ নিৰ্মাণ তথা মেৰামতীৰো কঠোৰ নিৰ্দেশ দিছে যাৰবাবে
Read More...

ক’ভিডত আক্ৰান্ত হৈ মৃত্যু তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ

তামুলপুৰৰ বিধায়কৰ লেহো ৰাম বড়োৰ দেহাৱসান। বিগত ২৭ মে’ৰ পৰা ভৰ্তি হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত । আজি ৰাতিপুৱা মৃত্যক সাৱটি লয় তামুলপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চিকিৎসাধীন হৈ
Read More...

মাজবাটৰ বেটেলি চাহ বাগিছাত ক’ৰোনাৰ ভয়াবহ সংক্ৰমণ

সমগ্ৰ ৰাজ্যত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক'ৰোনা মহামাৰী ওদালগুৰি জিলাৰ মাজবাটৰ বেটেলি চাহ বাগিছাত দিনক দিনে ক'ৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত  বৃদ্ধি হোৱাত  অঞ্চল জুৰি এক আতংকময় সৃষ্টি হৈছে । মাজবাটৰ  টাউন গাঁৱ অঞ্চলৰ লগতে
Read More...

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান : নিশা ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

 ৰাজ্যজুৰি আৰক্ষী- প্ৰশাসনৰ ৰদ-বদলৰ পিছতেই সমগ্র ৰাজ্যত চলিছে ড্ৰাগছ ব্যৱসায়ৰ উৎখাত অভিযান। পিছ পৰি ৰোৱা নাই গোলাঘাট আৰক্ষীও। দীৰ্ঘদিন ধৰি জিলাখনত ড্ৰাগছৰ কৱলত পৰি বহু প্ৰতিভাৱান যুৱক-যুৱতী ধ্বংসৰ গৰাহলৈ গতি কৰিছে । যদিও  আৰক্ষীৰ
Read More...