Breaking

Browsing Category

অসম

ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্তৰ বাবে টাস্কফোৰ্চ গঠনৰ নিৰ্দেশ ।

ধুবুৰীত ছিণ্ডিকেটকে ধৰি কোনোধৰণৰ অবৈধ কাৰ্যকলাপ চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে উপায়ুক্ত অন্বামুথন এম পিয়ে। সংবাদমেল পাতি  উপায়ুক্তগৰাকীয়ে কয় যে ছিণ্ডিকেটৰ সঠিক তদন্তৰ বাবে সকলো বিভাগক সাঙুৰি টাস্কফোৰ্চ গঠন কৰা হ'ব বুলিও ঘোষণা কৰে
Read More...

মাত্ৰ এপাহ ফুল ছিঙাক কেন্দ্ৰ কৰি লাহৰীঘাটৰ পশ্চিম বৰখাঁবলত প্ৰচণ্ড মাৰপিটৰ ঘটনা

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত পশ্চিম বৰখাঁবল গাঁৱত যোৱা ৩১ মে'ত দুটা ফৈদৰ মাজত এজোপা ফুল ছিঙাক লৈ দুই ফৈদৰ মাজত বিবাদৰ ফলত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে লাহৰীঘাট
Read More...

গাঞ্জা- ভাং আদিৰ বিৰুদ্ধে তৎপৰ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী।

দৰং জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত জিলাখনৰ আৰক্ষীয়ে অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতিৰ নেতৃত্বত চলা এক
Read More...

দিনহাজিৰা কৰা লোকৰ কাষত থিয় দিছে “Warriors,নাৰীত্বৰ এক জাগৰণ ”

ক’ভিডৰ এই জটিল সন্ধিক্ষণত দিনহাজিৰা কৰা লোকসকলৰ কাষত থিয় দিছে “Warriors,নাৰীত্বৰ এক জাগৰণ ” নামৰ সংগঠণটি৷বিশেষকৈ নাৰী ধৰ্ষণ,নিৰ্যাতন,শিক্ষা,নাৰী সৱলীকৰণ ইত্যাদিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া সংগঠণটিয়ে ক’ভিডৰ এই জটিল সন্ধিক্ষণত নিজৰ সাঁচতীয়া
Read More...

প্রধানমন্ত্রী মোদীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি ৭ লোককল্যাণ মার্গস্থিত চৰকাৰী বাসভৱনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে আজি এক চমু আলোচনাত মিলিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত প্রথমবাৰৰ বাবে দিল্লী
Read More...

বজালী জিলাৰ দুটা স্থানত দেশীয় সুৰা জব্দ

 বজালী জিলাত দেশীয় সুৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বজালী জিলা আৰক্ষী অধীক্ষক। বুধবাৰে সন্ধিয়া বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্ব বজালী জিলাৰ দুটা স্থানত দেশীয় সুৰাৰ বিৰুদ্ধে অভিযান চলায় ২০০ লিটাৰ দেশীয় সুৰা জব্দ কৰি নষ্ট
Read More...

টীয়কত বিশ্ব বাইচাইকেল দিৱস উদয়াপন

বিশ্ব চাইকেল দিৱস প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ
Read More...

মাজুলী শালমৰাৰ শিল্পীয়ে নিৰ্মাণ কৰিলে ভ্ৰাম্যমাণ চিকিৎসালয়

মাজুলীত নিৰ্মাণ হৈছে এখন ভ্ৰাম্যমাণ চিকিৎসালয়। গহপুৰ আৰু মাজুলীৰ সীমামুৰীয়া দুৰ্গম চৰ-চপৰি অঞ্চলত চলিব এই নৌকা চিকিৎসালয় খন। এখন চৰকাৰী চিকিৎসালয়ৰ সকলো সুবিধা থাকিব নৌকা চিকিৎসালয়ত। ৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৌকা
Read More...