অসম

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১৪খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰিবঃ অমিত শ্বাহ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিশত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে। মঙলবাৰে ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহে এক সভাত ভাষণ প্ৰদান কৰে। অমিত শ্বাহে এইবাৰ অসমৰ ১৪ খন...

বিভাগীয় বিষয়াসকলৰ সৈতে মহানগৰীৰ বিভিন্ন স্থানত বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

বিভাগীয় বিষয়াসকলক লগত লৈ মহানগৰীৰ বিভিন্ন স্থানত বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ। বাহিনী নৈৰ বুকু সংকুচিত কৰি অবৈধ নিৰ্মাণকাৰ্যত অনুমতি...

বিলাসীপাৰাত কংগ্ৰেছৰ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ

"লোকতন্ত্ৰ বচাওঁ" শীৰ্ষক আলোচ্য বিষয়কলৈ কংগ্ৰেছে বিলাসীপাৰাৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে সত্যাগ্ৰহ কাৰ্যসূচী। বিলাসীপাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত...

প্ৰধান মন্ত্ৰীৰ পোষণ শক্তি নিৰ্মানৰ অধীনত সপ্তাহজোৰা শ্ৰীঅন্ন প্ৰচাৰ আৰু প্ৰসাৰ আঁচনিৰ সফল সমাপ্তি

বৰপেটা জিলাত বিগত বৰ্ষৰ ৩ আগষ্টৰ পৰা আন্তঃর্জাতিক শ্রীঅন্ন বর্ষ উদযাপনৰ লগত সংগতি ৰাখি প্রধান মন্ত্রী পোষণ শক্তি নিৰ্মাণৰ অধীনত ৰূপায়ণ হৈ থকা সপ্তাহজোৰা...

নগাঁৱত লাভলীনা বৰগোহাঁইক ‘ৰণাংগন সন্মান-২০২২’ প্ৰদান

"বঁ‌টা বা সন্মানে আগুৱাই যোৱাৰ প্ৰেৰণা দিয়ে। ৰণাংগনৰ দৰে অনুষ্ঠানে সন্মান জনোৱাত আৰু এঢাপ আগুৱাই যোৱাত সহায়ক হ'ব।" এই মন্তব্য বিশ্ব বিজয়ী ক্ৰীড়াবিদ লাভলীনা...

Popular