Breaking

Browsing Category

অসম

নগাঁৱত পুনৰ আটক ড্ৰাগছ ব্যৱসায়ী: ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলী,জব্দ…

নগাঁও আৰক্ষীয়ে আজি পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম  হ'য়। আজি দুপৰীয়া নগাঁও আৰক্ষীৰ এটা দলে নগাঁৱৰ ভকতগাঁও নাৰমাৰীত  ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাইছিল। অভিযানৰ সময়তেই দুই ড্ৰাগছ মাফিয়া আব্দুল  উদ্দুচ আৰু মফাজ্বল হক
Read More...

গেলেকীত বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ

 শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী  আঠখেলৰ গেলেকী চাহ বাগিচাৰ মাজত আজি এটা বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ হয়।আজি পুৱা চাহ বাগিচাখনৰ শ্ৰমিকসকলে বাগানত পাত তুলিবলৈ যোৱাৰ সময়ত চাহ বগিচাখনৰ মাজত এটা বন্য প্ৰাণী প্ৰত্যক্ষ কৰে।শ্ৰমিকসকলে লগে
Read More...

‘বৰগোহাঞি ছাৰ!, সকলোৰে প্ৰিয় মহিৰূহৰ জীৱন আৰু কৰ্ম সামৰি ডিবি নিউজৰ এক ক্ষুদ্ৰ প্ৰয়াস এই…

'বৰগোহাঞি ছাৰ!, সকলোৰে প্ৰিয় মহিৰূহৰ জীৱন আৰু কৰ্ম সামৰি ডিবি নিউজৰ এক ক্ষুদ্ৰ প্ৰয়াস এই প্ৰতিবেদন। https://youtu.be/Tps6N6dBRRo
Read More...

সাংস্কৃতিক সাংবাদিক সন্থাৰ উদ্যোগ:ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ কাষত…

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী নায়িকা, অসমীয়া ছবিৰ জ্যেষ্ঠ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য বৰ্তমানৰ অৱস্থাৰ বুজ ল'বলৈ কিছুদিন পূৰ্বে উপস্থিত হৈছিল সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ বিষয়ববীয়া। ৯৩ বছৰ বয়সীয়া শিল্পীগৰাকীৰ অলপতে তেওঁৰ ভাতৃ তথা
Read More...

ইটাখোলাত হেৰ’ইনসহ ধৃত ড্ৰাগছ বেপাৰী

বিশ্বনাথ জিলাৰ ইটাখোলা উপ-শাখা চকীৰ অন্তৰ্গত বালিডোঙাত কালি হেৰ'ইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। বশ্বনাথ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মুজাফৰ হুচেইন,চক্ৰ পৰিদৰ্শক দিলীপ বনীয়া আৰু ইটাখোলা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয় শ্যামল নেওগৰ নেতৃত্বত
Read More...

মৰাণ সৰগফলা গোহাঁই গাঁৱত মৃত প্ৰকাণ্ড নাহৰফুটুকী বাঘ উদ্ধাৰ

ডিমৌৰ কাষৰীয়া ডিব্ৰুগড় জিলাৰ খোৱাং সৰগফলা  গোহাঁই গাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে প্ৰকাণ্ড এটা মৃত নাহৰফুটূকী  বাঘ । অঞ্চলটোৰ নগেন বৰা  নামৰ ব্যক্তি জনৰ ঘৰৰ গাহৰি গড়ালৰ কাষতে কাহিলি  পুৱাতে উদ্ধাৰ হয় মৃত বাঘটো। । পুৱাতেই পৰিয়ালৰ লোকৰ
Read More...

ডিমৌত অবৈধ চুলাই ভাটিৰ বিৰোদ্ধে আৰক্ষীৰ অভিযান অব্যাহত,শ শ লিটাৰ অবৈধ চুলাই নষ্ট

এফালে ক'ৰনাৰ ত্ৰাস আনফালে আকৌ দৈনিক বৃদ্ধি পাইছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। ক'ৰনাৰ এনে সংকট কালতো কিন্তু একাংশ লোকে চলাই গৈছে অবৈধ সুৰাৰ ব্যৱসায়। দেশত অবৈধ সুৰাই প্ৰাণ কাঢ়ি নিছে বহুলোকৰ। এনে সুৰাৰ প্ৰচলন সমাজৰ এক ব্যাধিস্বৰূপ। ইফালে
Read More...

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীৰ ভয়ংকৰ খহনীয়া, গড়াখহনীয়া ৰোধৰ স্থায়ী সমস্যা…

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীয়ে ভয়ংকৰ খহনীয়া আৰম্ভ কৰিছে। যোৱা কিছুদিন ধৰি বৰগাং নদীৰ পানী বাঢ়ি অহাত বিহালী সমষ্টিৰ  বৰঝাৰণী গাওঁ পঞ্চায়তৰ অধীনৰ  টেঙাবাৰীৰ সমীপত খহনীয়াৰ কালৰূপ ধৰাত  শংকিত হৈ পৰিছে গাওঁবাসী।
Read More...

বিজেপিৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত অনলাইন যোগ শিৱিৰ, উপস্থিত মুখ্যমন্ত্ৰী

সুস্বাস্থ্যৰ বাবে বাবে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনলাইন যোগাসন শিৱিৰ।এই যোগ শিৱিৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসৰ লগতে কেইবাগৰাকীও
Read More...

ওৰাং আৰক্ষীৰ বৃহৎ সফলতা।চুৰি হোৱা বুলেট গেলাবিলত উদ্ধাৰ।

ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত মৰা ধনশ্ৰীৰ পৰা চুৰি হোৱা এখন বুলেট বাইক  ওৰাং আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী সুত্ৰে জানিব পৰা মতে  যোৱা কালি সন্ধিয়া ৰৌতা মৰা ধনশ্ৰীৰ পৰা প্ৰীতম তালুকদাৰ নামৰ লোক
Read More...