Breaking

Browsing Category

অসম

অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰিুদ্ধে বঙাইগাঁও জিলা আৰক্ষীৰ পুনৰ অভিযান আই নৈৰ পাৰৰ পৰিত্যক্ত গৃহৰ পৰা জব্দ…

বঙাইগাঁও জিলা আৰক্ষীয়ে অবৈধ বাৰ্মিজ চুপাৰিৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ যোৱা নিশা জিলাখনৰ অন্তৰ্গত চৌৰাগুৰিৰ স্বপন কুমাৰ সৰকাৰৰ গৃহত অভিযান চলাই ২৫ লক্ষাধিক টকা মূল্যৰ ১৪০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰাৰ পিছত আজি পুনৰ বিয়লি
Read More...

য়াছৰ আতংক:কলকাতাৰ বিমান বন্দৰত বিমান চলাচল বাতিল, উৰিষ্যা-বংগৰ সকলো ৰে’ল বাতিল

ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ঝাৰচুগুড়া বিমানবন্দৰ মঙলবাৰে নিশা ১১ বজাত বন্ধ আছিল আৰু বৃহস্পতিবাৰে পুৱা ৫ বজালৈকে বন্ধ থাকিব। ঘূৰ্ণীবতাহৰ বাবে আজি দুৰ্গাপুৰ আৰু ৰাউৰকেলা বিমানবন্দৰত সকলো বিমান চলাচল স্থগিত ৰখা
Read More...

অসমত সম্পূৰ্ণ লকডাউন নহয়ঃ গাঁৱৰ সান্ধ্য আইনৰ সময়সীমাৰ সলনিঃশ্ৰীৰামপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত…

বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক'ৰনা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে ক'ৰনা বিধি আৰু স্বাস্হ্য সম্পৰ্কীয় নিয়ম-নীতি মানি চলাটো আৱশ্যক।ক'ভিডৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহন কৰা নিয়ম-নীতি কঠোৰভাৱে বলৱৎ কৰাৰ বাবে প্ৰশাসনক সষ্ঠম হৈ
Read More...

দক্ষিণ কামৰূপৰ আমবাৰী আঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ ,খহনীয়াত জাহ যোৱাৰ আশংকাত উজাগৰি নিশা পাৰ…

দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু ছয়গাঁৱৰ সীমামুৰীয়া বৃহত্তৰ গুমি আমবাৰী মৌলাটাৰী অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাৰ ফলত হাহাকাৰ কৰিছে ৰাইজে। কেইবাদিনোধৰি ফেনে ফুটুকাৰে বাঢ়ি অহা মহাবাহু প্ৰৱল সোঁতে তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে
Read More...

ৰাজ্যত অবাধ হাৰত মাৰাত্মক হে’ৰইন ড্ৰাগছৰ সৰবৰাহ ৷

 যুৱ প্ৰজন্মক তিলতিলকৈ মৃত্যুৰ মুখলৈ থেলি দিয়া মাৰাত্মক ড্ৰাগছে সৰ্বত্ৰে চানি ধৰিছে ৷ সমগ্ৰ ৰাজ্যতে পুলিচ প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান তিব্ৰতৰ কৰি তোলাৰ সময়তে দৈনিক উদ্ধাৰ হৈ আছে এনেবোৰ নিছা জাতীয় সামগ্ৰী ৷ আজি ডিমাপুৰৰ পৰা গুৱাহাটী
Read More...

যোগ আৰু প্ৰাণায়মৰ দ্বাৰাও ক’ৰনাক মানৱ দেহৰ পৰা প্ৰতিহত কৰিব পাৰিঃযোগচাৰ্য দণ্ডপ্ৰতাপ শৰ্মা ৷

সমগ্ৰ বিশ্বযুৰি আতংকৰ সৃষ্টি কৰা ক’ৰনা ভাইৰাছ সংক্ৰমণৰে সকলোৰে মন ভয়ত কম্পমান ৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই এই ক’ৰনাৰ পৰা কেনেকৈ দূৰত থাকিব তাৰ টিপছ সকলোৱে জ্ঞাত ৷ চৰকাৰী ভাৱে সকলোকে মাস্ক,চেনিটাইজাৰ, হাতধোৱা ইত্যাদি ব্যৱহাৰ নিৰ্দেশনা
Read More...

ৰঙিয়াত ৰাইজৰ দলৰ সংবাদমেল।মুখ্যমন্ত্ৰীয়ে অখিল গগৈ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ বিৰোধীতা

ৰঙিয়াত ৰাইজৰ দলৰ সংবাদমেল । শেহতীয়াভাৱে শাসনাধিস্থিত চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে বিশেষভাবে অখিল গগৈ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰি আজি ৰাইজৰ দলৰ ৰঙিয়াস্থিত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেল খনত ৰাইজৰ দলৰ নেতা
Read More...

BIG BREAKING নগাঁৱত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।

নগাঁৱত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ গুলীচালনা।আৰক্ষীয়ে আমতলাৰ পথাৰত খেদি খেদি আটক কৰিলে আব্দুল উদ্দুছ আৰু মফিজুল হকক। আব্দুলে হেৰউনৰ পেকেট লৈ পলায়ণ কৰাৰ চেষ্টা কৰিছিল। এতিয়াৰে পৰা
Read More...

ডিগবৈত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ নগদ ১ লাখ ৮০ হাজাৰ টকা,তিনিজনক আটক

সমগ্ৰ ৰাজ্যখনতে এচাম যুৱ প্ৰজন্মই সামাজিকভাৱে নিসিদ্ধ কানি,ভাং ,ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ লগতে সমাজখনক অন্ধকাৰৰ দিশে গতি কৰাইছে৷ঠিক সেই সময়তে ,গোপন সূত্ৰৰ পম দেখি দুলীয়াজান আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী
Read More...

নগাঁৱত পুনৰ আটক ড্ৰাগছ ব্যৱসায়ী: ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলী,জব্দ…

নগাঁও আৰক্ষীয়ে আজি পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম  হ'য়। আজি দুপৰীয়া নগাঁও আৰক্ষীৰ এটা দলে নগাঁৱৰ ভকতগাঁও নাৰমাৰীত  ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাইছিল। অভিযানৰ সময়তেই দুই ড্ৰাগছ মাফিয়া আব্দুল  উদ্দুচ আৰু মফাজ্বল হক
Read More...