অসম

যমজ নহয় সৃষ্টিকৰ্তাৰ সৃষ্টিত চমক…

বিমান বন্দৰত নামিছিল বলিউডৰ অভিনেতা গোবিন্দা। দুখোজমান আগবাঢ়ি হৰ্ঠাৎ থমকি ৰৈছিল অভিনেতাজন। কিন্তু কিয়? গোবিন্দাই নিজৰ চকুকো যেন বিশ্বাস কৰিব পৰা নাছিল। কিন্তু সেইটোৱেই...

ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটীৰ মাজমজিয়াৰ পাঞ্জাবাৰীত দিনদুপৰতে গুলীয়াই হত্যা কৰিছিল পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক। ইতিপূৰ্বে সন্দেহযুক্ত কেইগৰাকীমানক আৰক্ষীয়ে আটক কৰিছিল যদিও মাৰাথন জেৰাৰ অন্তত এৰি দিছিল।...

দিশপুৰ মহাবিদ্যালয় দক্ষিণ-পূব এছিয়াৰ সাতখন দেশৰ লোকশিল্পীৰ সংগমেৰে মুখৰিত…

থাইলেণ্ডৰ পৰাম্পৰাগত লোকশিল্পৰ লগত ভাৰতবৰ্ষৰ উত্তৰ-পূব দিশৰ লোককৃষ্টিৰ যথেষ্ট সাদৃশ্য দেখিবলৈ পোৱা যায় – থাইলেণ্ডৰ মহাশৰখম বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ ডীন কৰিন খমৰিকে দেওবাৰে দিশপুৰ...

অৱশেষত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ। আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰী।সোমবাৰে পুৱা লেখাপানী আৰক্ষী থানাত...

নব্বৈ দশকৰ ‘গুপ্তহত্যা’ৰ ক’লা অধ্যায়ৰ আলমত নিৰ্মিত বলীউডৰ ছবি ‘‘শ্বেড’ এছাচিনছ…

‘গুপ্তহত্যা’ শব্দটো আজিকোপতি অসমবাসীৰ বাবে এক আতংকৰ অনুভূতি৷ সেই বিভীষিকাপূৰ্ণ ক’লা দিনবোৰে আজিও খেদি ফুৰে বহু অসমীয়া পৰিয়ালক৷ অসমৰ ‘গুপ্তহত্যা’ৰ সেই ক’লা অধ্যায়ৰ...

Popular