Breaking

Browsing Category

অসম

Frontier Hqr SSB, Guwahatiৰ উদ্যোগত ঐক্য আৰু “পৰিৱেশ সুৰক্ষা”ৰ বাবে চাইকেল ৰেলী…

এক চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে শ. আৰ কে ভূমিবলাই, এই ৰেলী আই জি, ফ্ৰন্টিয়াৰ Hqrs SSB গুৱাহাটীৰ পৰা 1ST Bn SSB, সোণাপুৰৰ লৈ। এই চাইকেল ৰেলীৰ উদ্দেশ্য হৈছে “পৰিৱেশৰ ঐক্য আৰু সুৰক্ষা” বাৰ্তা প্ৰচাৰ কৰা। এই অনুষ্ঠানত সমগ্ৰ ভাৰতৰ পৰা এছ এছ বিৰ
Read More...

অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী আফজাল আলী খণ্ডক ৰাজ্যপালৰ দ্বাৰা যুৱ প্ৰেৰণা বঁটা…

আৰক্ষীৰ বাবে নিশ্চিত ভাৱেই ভাল খবৰ। সাংস্কৃতিক মহাসভা অসমৰ দ্বাৰা আয়োজিত পঞ্চম ৰাজ্যিক বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠান আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠান অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী
Read More...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা ছেবাৰ; কোনটো বিষয়ৰ পৰীক্ষা কোন দিনা অনুষ্ঠিত হ’ব চাওক

ইংৰাজীঃ ১৬ ফেব্ৰুৱাৰী ঐচ্চিক বিষয় (সংগীত, নৃত্য, কাৰ্ফ্ট, বাংলা)ঃ ১৭ ফেব্ৰুৱাৰী সমাজ বিজ্ঞানঃ ২০ ফেব্ৰুৱাৰী ৰিটেল ট্ৰেড এনচিকিউএফ(ই), IT/Ites nsqf(e), প্ৰাইভেট চিকিউৰিটি এনএছকিউএফ, হেল্থ কেয়াৰ এনএছকিউএফ, এগ্ৰিকালছাৰ
Read More...

স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান স্মাৰ্ট দুৰ্বৃত্তৰ ! স্কুটিত মৃতদেহ লৈ মুক্ত বিচৰণ অপৰধীৰ…

অপৰাধী চক্ৰৰ ওচৰত যেন অসহায় হৈ পৰিছে মহানগৰীৰ স্মাৰ্ট আৰক্ষী। কটকটীয়া নিৰাপত্তাৰে গিজগিজাই থকা ৰাজধানী চহৰ গুৱাহাটীত যেন ন্যুনতম নিৰাপত্তা নাই নাগৰিকৰ। কালি অৰ্থাত শনিবাৰে নুনমাটি অঞ্চলত এগৰাকী সন্দেহজনক হত্যাকাৰীয়ে এটা মৃতদেহ স্কুটিত
Read More...

বিহদিয়া জাজিকোণাত অমৃত কলহ যাত্ৰাত মুখ্যমন্ত্ৰী শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বিহদিয়া জাজিকোণাত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ অন্তৰ্গত অমৃত কলহ যাত্ৰা উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত গাঁও পঞ্চায়তৰ পৰা শোভাযাত্ৰা কৰি মুঠ ১২ টা অমৃত কলহ খণ্ড উন্নয়ন
Read More...

শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত সদৰ কাজী আলহাজ মৌলানা চৈয়দ আহমদ কবীৰৰ অভিনন্দন ‘স্বৰাট’ গ্ৰন্থ…

উজনি অসমৰ এগৰাকী বয়োজ্যেষ্ঠ ইছলামিক বিজ্ঞ পণ্ডিত, বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিৱসাগৰ সদৰ কাজী, সমাজহিতৈষী ব্যক্তি আলহাজ মৌলানা চৈয়দ আহমদ কবীৰৰ কৃতি আৰু কৰ্মক সামৰি প্ৰস্তুত কৰি উলিওৱা এখনি অভিনন্দন গ্ৰন্থ দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ
Read More...

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহ উদযাপন

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰেক্ষাগৃহত দেওবাৰে প্ৰতিকুল বতৰক নেওচি অনুষ্ঠিত হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ব্যঘ্ৰ প্ৰকল্পৰ সৌজন্যত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন অন্তিম তথা সপ্তম দিনৰ কাৰ্যসূচী। জাতীয়
Read More...

তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰীৰ বিজেপি দল ত্যাগ-অচিৰেই যোগ দিব বিপিএফ দলত

তামুলপুৰ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰীয়ে আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰে। তামুলপুৰ প্ৰেছ ক্লাবত দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক , ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক ইমানুৱেল মছাহাৰীয়ে এই কথা সদৰী কৰে ।
Read More...

বন্যপ্ৰাণী সপ্তাহৰ সৈতে সংগতি ৰাখি পক্ষীৰ নামেৰে স্বৰবৰ্ণ পৰিচয়মূলক ‘সেউজ বৰ্ণমালা’ৰ…

নতুন প্ৰজন্মক প্ৰকৃতিৰ উপাদানসমূহ চিনাকী কৰি দিয়াৰ এক পদক্ষেপ। প্ৰথম পদক্ষেপ হিচাপে ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সৈতে সংগতি ৰাখি পক্ষীৰ নামেৰে স্বৰবৰ্ণ পৰিচয়মূলক 'সেউজ বৰ্ণমালা'ৰ প্ৰথমখন সংচিত্ৰ মুকলি।
Read More...

সাহিত্য ৰত্ন বঁটা লাভেৰে নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে চামতাৰ নিবেদিতা ডিম্পলে…

পশ্চিম নলবাৰীৰ এক চিৰ পৰিচিত নাম মঞ্চসূৰ্য ধৰণী বৰ্মন । সুৰদেৱী থিয়েটাৰ জন্ম দি সমগ্ৰ অসমতে চামতাক পৰিচয় কৰি দিয়া মঞ্চসূৰ্য ধৰনী বৰ্মনৰ বোৱাৰী নিবেদিতা ডিম্পলে এইবাৰ সাহিত্য ৰত্ন বঁটা লাভেৰে পুনৰ পশ্চিম নলবাৰীলৈ সুনাম কঢ়িয়াই আনিলে ।
Read More...