Breaking

Browsing Category

অসম

মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা, স্কুটীত মৃতদেহ পেলাবলৈ অনা শিহৰণকাৰী দৃশ্য বন্দী…

মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দেওবাৰে পোহৰলৈ আহিছে নুনমাটি গণেশ মন্দিৰ পথৰ পৰা ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা । স্কুটিত আগফালে
Read More...

দাঁত নখ নোহোৱা হ’ল বিদ্যুত নিয়ামক আয়োগৰ। মাচুল বৃদ্ধিত কৰ্তৃত্ব প্ৰদান এপিডিচিএলক…

বন্ধ হ'ল ৰাজহুৱা শুনানী। লগে লগে চৰকাৰে দাঁত নখ নোহোৱা কৰিলে বিদ্যুত নিয়ামক আয়োগক। শক্তি বিভাগত এতিয়াৰে পৰা উঠি ৰজা বহি ৰজালৈ পদোন্নতি হ'ল এপিডিচিএল। এপিডিচিএলে এতিয়াৰ পৰা মন গ'লেই বৃদ্ধি কৰিব পাৰিব বিদ্যুতৰ মাচুল। এপিডিচিএলে ঘৰুৱা
Read More...

অসমীয়া আৰক্ষী বিষয়াক গৃহমন্ত্ৰালয়ৰ পদক। কৰ্মনিষ্ঠাৰে জিলিকিল শংকৰব্ৰত ৰায় মেধি…

নিষ্ঠা আৰু একাগ্ৰতাৰে দেশত জিলিকিল এগৰাকী অসমীয়া আই পি এছ বিষয়া। নতুন দিল্লীত আয়োজিত সন্ত্ৰাসবিৰোধী সন্মিলনত এই গৰাকী আই পি এছ বিষয়া শংকৰব্ৰত ৰায় মেধিক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পদক প্ৰদানেৰে সন্মানিত কৰে। উল্লেখযোগ্য যে ২০২১
Read More...

চি চি আৰ টি গুৱাহাটীৰ উদ্যোগত লোক চিত্ৰ আৰু টেৰাকাটা শিল্পৰ কৰ্মশালা…

চি চি আৰ টি গুৱাহাটীৰ উদ্যোগত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিগাৰুৰ আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ত ৩ অক্টোবৰৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন লোক চিত্ৰ আৰু টেৰাকাটা শিল্পৰ বিষয়ে কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনত সমল ব্যক্তি
Read More...

পশ্চিমবংগ হৈ গুজৰাটলৈ অসমৰ পৰা যাত্ৰা চি আৰ পি এফৰ মহিলা বাইক ৰেলীৰ ; গুৱাহাটী , নলবাৰী, বঙাইগাঁৱত…

দেশৰ নাৰী শক্তিক আগবঢ়াই নিয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে চি আৰ পি এফে অল ব’মেন বাইক এক্সপেডিচন-২০২৩' দেশৰ বিভিন্ন প্রাস্তৰ পৰা আৰম্ভ কৰিছে। মহিলা বাইক ৰাইডাৰসকলে দেশৰ প্রায় ১০ হেজাৰ কিলোমিটাৰ অংশ স্পৰ্শ কৰি ৩১ অক্টোবৰত গুজৰাটৰ
Read More...

মাজুলীত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মাজুলীৰ শ্ৰীৰামচাপৰিত ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। চিকিৎসালয়খনৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ আয়ুষ স্বাস্থ্যসেৱা প্ৰণালীক অধিক
Read More...

মানিপুৰ গাঁও পঞ্চায়তত “অমৃত কলহ যাত্ৰা” কাৰ্যসূচীত অংশ ল’লে বিধায়ক ৰমাকান্ত…

মৰিগাঁও জিলাৰ ভুৰবন্ধা উন্নয়ন খণ্ড আৰু মানিপুৰ পঞ্চায়তৰ উদ্যোগত শনিবাৰে "মোৰ মাটি মোৰ দেশ" অভিযানৰ অধীনত "অমৃত কলহ যাত্ৰা" কাৰ্যসূচী সম্পন্ন হয়। এই উপলক্ষে জিলাখনৰ নটুৱা গাঁৱৰ পৰা আহঁতগুৰি হৈ মানিপুৰ গাঁও পঞ্চায়তৰ মানিপুৰ আঞ্চলিক
Read More...

শিক্ষা বিভাগৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান শিক্ষামন্ত্ৰীৰ

শনিবাৰে শিক্ষা বিভাগৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। প্রাথমিক শিক্ষা বিভাগত ২৪১ গৰাকী দিব্যাংগ প্রার্থী, উচ্চ শিক্ষা বিভাগৰ অধীনত সহকাৰী অধ্যাপক আৰু
Read More...

তামুলপুৰত জিলা কৰ্মচাৰী পৰিষদৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আহ্বানত শনিবাৰে আয়ুক্ত কাৰ্যালয় চৌহদত নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে কৰ্মচাৰীসকলে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন
Read More...