Breaking

Browsing Category

অসম

বস্ত্ৰনগৰী শুৱালকুছিত বন্ধন বেংকৰ শাখা মুকলি। দেশৰ অৰ্থনীতিত বন্ধন গুৰুত্ব অপৰিসীম অৰ্চনা দাস…

সম্প্ৰতি দেশৰ অৰ্থনীতিত বন্ধন বেংকে এক যোগাত্মক অৰিহণা যোগাই আহিছে ৷ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমৰো শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মুখে মুখে আজি বন্ধন বেংকৰ কথা ৷ বন্ধন বেংকৰ এই জয়যাত্ৰা অব্যাহত থাকি দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোক আৰু অধিক
Read More...

প্ৰাক্তন ছাত্ৰ নেতা বিপুল চুতীয়াৰ মৃত্যুত তিনিদিনীয়াকৈ শোক পালন সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্র…

অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ নতুন বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰবিল গাঁৱৰ বাসিন্দা, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য তথা সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিপুল চুতীয়া (৪০)ই ২১ ছেপ্টেম্বৰৰ ৰাতি  শেষ নিশ্বাস
Read More...

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত শিপিনীয়ে তাতশালত বইছে গামোচা, মেখেলা – চাদৰ…

চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি - ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক - অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা গাঁও কেইখনৰ বাসিন্দা
Read More...

আজি বিশ্ব গঁড় দিৱস…

আজি বিশ্ব গঁড় দিৱস ৷ ২২ ছেপ্তেম্বৰৰ দিনটো বিশ্ব গঁড় দিৱস হিচাবে পালন কৰা হয়৷ গঁড় সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। অসমৰ পৰিচয়ৰ সমাৰ্থক গঁড় ৰাজ্যৰ চহকী প্ৰাণীজগতৰ জৈৱ বৈচিত্ৰ্যৰ আদৰৰ প্ৰাণী। এই গঁড় সুৰক্ষা
Read More...

শিক্ষিত নিবনুৱালৈ চৰকাৰৰ ২ লাখ। তিনি বছৰত ১ লাখ নিযুক্তি…

শিক্ষিত নিবনুৱালৈ চৰকাৰৰ ২ লাখ। তিনি বছৰত ১ লাখ নিযুক্তি। ঋনৰ সলনি দিব অনুদান, অসমত ১০ লাখ নিবনুৱা। পুনৰ ১ লাখ শিক্ষিত নিবনুৱাক চৰকাৰে নিযুক্তি দিব। ছত্তিশগড়ত এই ঘোষনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ছত্তিশগড়ত নিৰ্বাচনী প্ৰচাৰ কৰি এক
Read More...

আজি ন্যায়ালয়ত হাজিৰ হ’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

বৃহস্পতিবাৰে ন্যায়ালয়ত হাজিৰ হ'ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। উত্তৰাখণ্ডৰ উধমসিং নগৰ জিলা সত্ৰ ন্যায়ালয়ত হাজিৰ হ'ব লাগিব মুখ্যমন্ত্ৰী।
Read More...

পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া চিনেমা “নেলীৰ কথা”ক গ্ৰীচৰ ৬৪তম থেছালনিকী…

গ্ৰীচৰ ৬৪তম থেছালনিকী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগ: আগৰা ফিল্ম মাৰ্কেটলৈ পাৰ্থজিৎ বৰুৱাই পৰিচালনা কৰা "নেলীৰ কথা"ই আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰিছে। এই আনুষ্ঠানিক নিমন্ত্ৰণৰ বাবে কোনো ধৰণৰ "প্ৰবেশ মাচুল" দিব লগীয়া নহয়।
Read More...

মাদাৰ্ছ ডে’ লৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান

পৰিচালক বিক্ৰমজিত দাসৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত অসমীয়া চুটি ছবি 'মাদাৰ্ছ ডে' তামিলনাডুত অনুষ্ঠিত হৈ যোৱা শান্তা দেব আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসবত শ্ৰেষ্ঠ এচিয়ান চুটি ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
Read More...

বৰ্তমান ইন্টাৰনেটৰ যুগত গ্ৰন্থ অধ্যয়নৰ প্ৰাসংগিকতা

বৰ্তমানৰ যুগটোক ইন্টাৰনেটৰ যুগ বুলি ক'ব পাৰি। বহুতো মানুহে ৰাতিপুৱা শোৱাৰপৰা উঠাৰ পৰা ৰাতি টোপনি নোযোৱালৈকে মোবাইল নেটৰ লগত চেগা-চোৰোকাকৈ হ'লেও ব্যস্ত হৈ থকা দেখা যায়। দৈনন্দিন কাম কাজ সমূহ ডিজিটেল পদ্ধতিৰে সহজ কৰি পেলোৱাত মানুহৰ জীৱনবোৰ
Read More...