অসম

ষষ্ঠ ফেডাৰেচন কাপত SAI দলক প্ৰতিনিধিত্ব কৰি মাদুৰাই,তামিলনাডুৰ পৰা ৰূপৰ পদক অৰ্জন অসমৰ পবিত্ৰ নাৰ্জাৰী

আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় যে চিৰাং জিলাৰ পবিত্ৰ নাৰ্জাৰীয়ে ষষ্ঠ ফেডাৰেচন কাপত SAI দলক প্ৰতিনিধিত্ব কৰি মাদুৰাই,তামিলনাডুৰ পৰা ৰূপৰ পদক অৰ্জন কৰিছে। সদৌ অসম...

গুৱাহাটীৰ বৰাগাঁও ডাম্পচাইট অতি সোনকালে উদ্যানলৈ ৰূপান্তৰিত হ’বঃ অশোক সিংঘল…

গুৱাহাটীঃ আগন্তুক কেইবছৰমানৰ ভিতৰতে গুৱাহাটীৰ বৰাগাঁও (পাছচিম বৰগাওঁ) ডাম্পিং গ্ৰাউণ্ডক উদ্যানলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা বৈঠকত ভাষণ দি জিএমডিএৰ...

বিলাসীপাৰা বাঙালীপাৰাত মৃতদেহ লৈ পথ অৱৰোধ

বিলাসীপাৰা বাঙালীপাৰাত মৃতদেহ লৈ পথ অৱৰোধ ৷ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত আহত হাৰুণ ৰছিদৰ চিকিৎসালয়ত মৃত্যু৷ মছজিদৰ পৰিচালনা সমিতিৰ পদক লৈ হোৱা সংঘৰ্ষত...

খেলৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, গুৱাহাটীৰ দিবা-নৈশ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে ভাৰতীয় দল ঘোষণা…

১০ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠি হ’ব লগা আইচিচি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয়...

মহাবিদ্যালয়ৰ সামগ্ৰীক উন্নয়ন-ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ অভিযোগঃ প্ৰাক্তন অধ্যক্ষ- চতুৰ্থবৰ্গৰ কৰ্মচাৰীক জে’ললৈ প্ৰেৰণ…

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ সামগ্ৰীক উন্নয়নৰ ধনৰ লগতে ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ অভিযোগত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰী এজনক বকো...

Popular