অসম

আজিৰে পৰা নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা, এইবাৰ দেৱীৰ চৰণত প্ৰায় ৬০টা ম’হ

ৰজা নাগাক্ষৰ দিনতে স্থাপন হোৱা নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজিৰে  পৰা দুৰ্গতিনাশিনী দুৰ্গাৰ পূজা-অৰ্চনা আৰম্ভ কৰা হৈছে। দুহেজাৰ বছৰ পুৰণি ইতিহাসপ্ৰসিদ্ধ এই বিল্বেশ্বৰ...

NEWS18 Assamৰ বোকাখাতৰ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ ৪৯ বছৰ বয়সত দেহাৱসান

NEWS18 Assamৰ বোকাখাতৰ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ আজি ৪৯ বছৰ বয়সত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল মহন্ত। আজি স্বাস্থ্যৰ অৱস্থা অতি...

ন ৰূপত অনুপম শইকীয়াৰ “হাতৰে আঙুলি”

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত অনুপম মিউজিক ক্ৰিয়েশ্যনৰ বেনাৰত সোমবাৰে মহানগৰীৰ ৰাজগড়স্থিত টেম্পটেশ্যন ষ্টুডিঅ'ত "হাতৰে আঙুলি লিহিৰি লিহিৰি" শীৰ্ষক এটি গীত মুকলি কৰা হয়। বিশিষ্ট সংগীতশিল্পী...

ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰৰ বাবে কৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰক

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত 'এৰিডা'ৰ সংবাদমেল। ভূগৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে। যাৰ ফলত ভূ-গৰ্ভৰ...

তেজপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন…

তেজপুৰত বৃহৎ পৰিমাণৰ গুপ্তধন উদ্ধাৰ৷ চোতালত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ ১৫ লক্ষাধিক টকা৷ আলিচিঙাৰ আব্দুল কৰিম নামৰ লোকজনৰ ঘৰত নিশা চলিছিল আৰক্ষীৰ অভিযান৷...

Popular