অসম

পুনৰ চিত্ৰগৃহলৈ অসমীয়া চলচ্চিত্ৰ “একলব্য”জুবিন গাৰ্গৰ প্ৰচেষ্টাত মুক্তিলাভ কৰিব এক্সনধৰ্মী ছবিখন

চলিত বৰ্ষৰ ৭ জানুৱাৰীত সমগ্ৰ অসমত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ "একলব্য" পুনৰ চিত্ৰগৃহলৈ আহিব। অহা ৭ অক্টোবৰত সমগ্ৰ অসমতে মুক্তি দিয়া হ'ব এক্সনধৰ্মী ছবিখন।...

নাবালিকাক ধৰ্ষণ কৰি মুখ বন্ধ কৰাৰ চেষ্টা। ধৰ্ষণকাৰীয়ে দিলে ১০০টকা আৰু এপেকেট চিপছ। আদালতে যাৱজ্জীৱন কাৰাবাসৰ ৰায় প্ৰদান কৰিলে।

প্ৰথমে নাবালিকাক ফুচুলাই নি ধৰ্ষণ (Rape), ধৰ্ষণৰ পিছত এশ টকা আৰু এপেকেট চিপছ দি মুখ বন্ধ কৰাৰ চেষ্টা কৰিছিল ধৰ্ষিতা নাবালিকা (Minor Raped)ৰ। কিন্তু নাবালিকাগৰাকীয়ে...

গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল PFI নেতা আমিনুল হক,PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান

বৃহস্পতিবাৰে গুৱাহাটীৰ হাতীগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে PFI নেতা আমিনুল হকক। জানিব পৰা মতে, হাতীগাঁৱৰ PFIৰ কাৰ্যালয়ত NIA, ED আৰু আৰক্ষীৰ যৌথ অভিযানত PFI নেতাজনক...

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা অসুস্থ, GMCHৰ ICUত চিকিৎসাধীন শিল্পীগৰাকী 

বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱা অসুস্থ। GMCHৰ ICUত চিকিৎসাধীন শিল্পীগৰাকী। বিশেষজ্ঞ চিকিৎসকৰ দলে চলাইছে চিকিৎসা। বিগত কেইবাদিন ধৰি নীলপৱন বৰুৱাই ভুগি আছে জ্বৰত। বুধবাৰে...

আজি বিশ্ব গঁড় দিৱস…

আজি বিশ্ব গঁড় দিৱস। গঁড়ৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে সমগ্ৰ বিশ্বজুৰি আজিৰ দিনটো উদযাপণ কৰি আহিছে বিশ্ব গঁড় দিৱস হিচাপে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ...

Popular