Breaking

Browsing Category

অসম

ৰাজনাথ সিঙক সাক্ষাৎ কংগনা ৰানাৱটৰ, কিয় আশীৰ্বাদ বিচাৰিলে কংগনাই

জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা সাক্ষাৎৰ বিষয়ে টুইটাৰযোগে জনাই । তাৰকা গৰাকীয়ে দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে আৰু তেওঁৰ আগন্তক ছবি 'তেজাছ'ৰ বাবে আশীৰ্বাদ বিচাৰে । তেওঁৰ বহু
Read More...

“বিটিচিত পুনৰ হ’ব বিপিএফৰ চৰকাৰ” : হাগ্ৰামা,হৰ্ছ ট্ৰেডিঙৰ আশংকাত BJP-UPPL

হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ সন্মুখত কৰা এটা বক্তব্যই কঁপনি তুলিছে BJP-UPPLৰ ভিতৰচঁৰাত । হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকক কৈছিল যে, “বিটিচিত পুনৰ হ'ব বিপিএফৰ চৰকাৰ। ২২জন বিজয়ী প্ৰাৰ্থীৰ সমৰ্থনৰ তালিকা লৈ চৰকাৰ গঠন কৰিম” ।
Read More...

সংগীত জগতৰ খ্যাতনামা বাদ্য শিল্পী তথা ৰাষ্ট্ৰীয় কুং-ফু খেলুৱৈ, অসম কুং-ফু সন্থাৰ উপসভাপতি, দাদুল…

নলবাৰী, ১৩ ডিচেম্বৰ: আজি দিনযোৰা কাৰ্য্যসূচীৰে অসম কুং-ফু সন্থাৰ উপ-সভাপতি ৰাষ্ট্ৰীয় কুং-ফু খেলুৱৈ, প্ৰশিক্ষক তথা সংগীত জগতৰ জনপ্ৰিয় বাদ্য শিল্পী মাষ্টৰ দাদুল কুমাৰ দাসৰ স্মৃতিত আজি কামৰূপ জিলাৰ মিৰ্জাৰ শ্বহীদ ভৱন বাকৰিত এখন ৰাজহুৱা
Read More...

ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত সজাগতামূলক সভা

 মদাৰখাত, ১৩ ডিচেম্বৰ: ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লাহোৱাল আৰু ডিব্ৰুগড় খণ্ডৰ উদ্যোগত লাহোৱাল প্ৰাথমিক বিদ্যালয়ত আজি দুই শতাধিক প্ৰাথমিক শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি
Read More...

শ্মশানত কেক কাটি জন্মদিন উদযাপন কৰিলে নগঞা যুৱকে

নগাঁও, ১৩ ডিচেম্বৰ: এই বিচিত্ৰ পৃথিবীত প্ৰায়ে সংঘটিত হৈ থাকে বিভিন্ন ধৰণৰ বিচিত্ৰ ঘটনা। তাৰ মাজতে কেতিয়াবা কিছুমান বিচিত্ৰ কান্ড‌ই আশ্বৰ্যৰসৃষ্টি কৰে । আজৱ পৃথিৱীৰ গজৱ ঘটনা। তেনে এক আজৱ কান্ড সংঘটিত হৈছে নগাঁৱত। নগাঁও জিলাৰ হাতীচোংৰ এজন
Read More...

মই কেৱল এগৰাকী অভিনেত্ৰী হ’ব নিবিচাৰোঁ, মাধুৰী দীক্ষিতৰ দৰে ব্ৰেণ্ড হ’ব খোজোঁ :…

ত্ৰিধা চৌধুৰী এতিয়া এটা চিনাকি নাম । ববি দেউলৰ সৈতে আশ্ৰমত কৰা সুন্দৰ অভিনয়ৰ বাবে সকলোৰে মাজত চৰ্চিত হৈ পৰিছে আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ।  ত্ৰিধাই ষ্টাৰ প্লাচৰ "দাহলিজ" নামৰ এখন ধাৰাবাহিকত কৰা অভিনয়ৰে সকলোৰে হৃদয় জিকিছিল
Read More...

কোকৰাঝাৰত বিশাল অনুষ্ঠানৰে নতুন চৰকাৰৰ শপতগ্ৰহণ !

আজি বিটিচিৰ নতুন চিইএম হিচাপে দায়িত্ব অৰ্পণ কৰা হয় প্ৰমোদ বড়োক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োক বিটিচি প্ৰধান হিচাপে ঘোষণা কৰে। ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰণজিত দাস, প্ৰমোদ বড়ো আৰু নৱ শৰণীয়াই এক যৌথ সংবাদমেলৰ
Read More...

UPPL-BJPৰ মিত্ৰতাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মোহৰ

UPPL-BJPৰমিত্ৰতা সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ  টুইট । টুইট যোগে বিজেপি-ইউপিপিএলৰ মিত্ৰতাক আনুষ্ঠানিক মোহৰ জে পি নাড্ডা আৰু অমিত শ্বাহৰ   । BTCৰ নিৰ্বাচনত NDAৰ সংখ্যাগৰিষ্ঠতা থকাৰ দাবী শ্বাহৰ। নতুন সহযোগী ইউ পি পি এল তথা প্ৰমোদ
Read More...

হোটেল লিলিত বিটিচি চৰকাৰ গঠনৰ কুচকাৱাজ

বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে। মহানগৰীৰ ছয়মাইলস্থিত হোটেল লিলিত নৱনিৰ্বাচিত পাৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে । বৈঠকত মিলিত হৈছে বিজেপিৰ শীৰ্ষ নেতা সকল, বিটিচি নিৰ্বাচনত জয়যুক্ত হোৱা
Read More...

মন্ত্ৰী হিমন্তৰ সৈতে নিশা ২ বজাত বৈঠক

অন্ত পৰিল বিটিচি নিৰ্বাচনৰ ভোট গণনা । ১২ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈ ১৩ ডিচেম্বৰৰ মাজ নিশালৈ চলিল ভোট গণনা । ভোট গণনা অন্তত কোনো এটা দলেই বিটিচিত সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল।
Read More...