Breaking

Browsing Category

অসম

টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত গুৰুৰ আসন প্ৰতিষ্ঠা

অনলাইন বাৰ্তা, ৩ ডিচেম্বৰ : যোৰহাট জিলাৰ টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত মণিকূট উদ্বোধন কৰাৰ লগতে গুৰুৰ আসন প্ৰতিষ্ঠা কৰিলে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীয়ে ৷ মৰিজাঁজী দ গাঁৱৰ ১২৫ বছৰীয়া নামঘৰটি সমগ্ৰ অঞ্চলটোৰ
Read More...

সাপটগ্ৰামত ধুবুৰী পূৱ জিলা ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহ সভা অনুষ্ঠিত

বিলাসীপাৰা, ২ ডিচেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা মহিলা মৰ্চাৰ সাপটগ্ৰাম চেন্বাৰ হলত আজি এখন কাৰ্য্যনিৰ্বাহসভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে সভা খনত দলৰ সাংগঠনিক দিশত মূল্যৱান ভাষন প্ৰদান কৰে, ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী
Read More...

আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ আদ্যশ্ৰাদ্ধ

২৩ নৱেম্বৰত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱা প্ৰয়াত  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি আদ্যশ্ৰাদ্ধ ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত আদ্যশ্ৰাদ্ধ উপলক্ষে দেখা গ’ল অনেক গুণমুগ্ধৰ উপস্থিতি৷ আদ্যশ্ৰাদ্ধৰ দিনটোত পুৱাৰে পৰা
Read More...

পঞ্জাৱৰ চি এম অমৰিন্দৰ সিঙে কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্রতিবাদ সম্পৰ্কত গৃহ মন্ত্ৰী অমিত শ্বাহক…

কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে চলায় থকা আন্দোলনৰ মাজতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে আজি শুক্ৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে অমিত শ্বাহক কৃষি আইনৰ
Read More...

অসমত পুনৰ ২জন কৰ’ণাত আক্ৰান্ত লোকৰ মৃত্যু

বুধবাৰে অসমত কভিডৰ ফলত দুজনকৈ লোকৰ মৃত্যু হ’ল । মৃত্যু হোৱা লোক দুজন টুন্না ৰাওট আৰু ত্ৰৈলোক্য ৰায়।টুইটাৰযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা ।মৃত্যু হোৱা লোক দুজনৰ টুন্না ৰাওটৰ ঘৰ যোৰহাটত আৰু ত্ৰৈলোক্য ৰায়ৰ ঘৰ গোৱালপাৰাত
Read More...

বিবাহপাশত আবদ্ধ হ’ল আদিত্য নাৰায়ণ

অৱশেষত বিবাহপাশত আবদ্ধ হ’ল বলিউদৰ জনপ্ৰিয় সংগীত শিল্পী উদিত নাৰায়নৰ পুত্ৰ গায়ক আৰু টিভি হোষ্ট আদিত্য নাৰায়ণৰ।বহুবাৰ আদিত্য নাৰায়ণ বিবাহপাশত আৱদ্ধ হব বুলি সংবাদ মাধ্যমৰ যোগেদী চৰ্চালৈ আহিছিল কিন্ত সেয়া হৈ উঠা নাছিল । কিন্ত সকলো চৰ্চাৰ
Read More...

হিন্দী ভাষাত গ্ৰন্থ : “অসম বুক অব ৰেকৰ্ডত” উজ্জ্বলিল কনমানি

এগৰাকী ছবছৰীয়া কনমানী । হিন্দী ভাষাত গ্ৰন্থ লিখি “অসম বুক অব ৰেকৰ্ডত” উজ্জ্বলিল কনমানি কুঁহি। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ একৰিট একাডেমীৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী কুঁহি চেতিয়াৰ নৱপ্ৰকাশিত “কুঁহি কী কাহানী” হিন্দী বিষয়ৰ নীতিশিক্ষামূলক
Read More...

MDH ৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান

এম ডি এইছৰ জনপ্ৰিয় মছলাৰ বিজ্ঞাপনকেইটা ৯০ দশকৰ পৰা বৰ্তমানৰ প্ৰতিগৰাকী শিশুৰে চিনাকি। বিজ্ঞাপনকেইটাই আমাৰ শৈশৱত তথা ঘৰৰ ৰান্ধনীসকলকো কিছু পৰিমানে হ’লেও আকৰ্ষণ কৰিছিল। সেই জনপ্ৰিয় ব্ৰেণ্ড MDH ৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান
Read More...

হোজাই এছ অ এছ শিশু গাওঁৰ উদ্যোগত বিশ্ব এইডছ দিৱস পালন

হোজাই, ২ ডিচেম্বৰ: মঙ্গলবাৰে হোজাই ধনুৱাৰ বস্তি কমিউনিটি হলত বিশ্ব এইডছ দিৱস পালন কৰা হয়। হোজাই এছ অ এছ শিশু গাওঁৰ উদ্যোগত পৰিয়াল শক্তিশালীকৰণ, এইছআইভি তথা সম্পর্কিত ৰোগ সম্পর্কে সচেতনতা জগাই তোলাৰ উদ্দেশে এই কাৰ্য্যসূচীৰ আয়োজন কৰা হয়।
Read More...

অসম লেখিকা সংস্থাৰ মঙ্গলদৈ শাখাৰ প্ৰতিষ্ঠা দিৱস আৰু গ্ৰন্থ উন্মোচনী সভা

অসম লেখিকা সংস্থাৰ মঙ্গলদৈ শাখাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দৰং জিলা হাইস্কুল শিক্ষক সন্থাৰ শিক্ষক ভৱনত শতাধিক লোকৰ উপস্থিতিত প্ৰতিষ্ঠা দিৱস আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লেখিকা সন্থাৰ মঙ্গলদৈ শাখাৰ সম্পাদিকা মীৰা দত্ত চৌধুৰীয়ে
Read More...