Breaking

Browsing Category

অসম

জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা ; প্ৰকাশ পালে গুণ ভূঞাৰ ‘নাট সংকলন’ আৰু ৰীতা বৰুৱাৰ…

জামুগুৰিহাট,৩০ নৱেম্বৰ: সমাজ, সাহিত্য সংস্কৃতিৰ উৰ্বৰ ভূমি ঐতিহ্যমণ্ডিত জামুগুৰিহাটত যোৱা ২৯ নৱেম্বৰত বাপুজী ভৱনত প্ৰথিতযশা কবি ৰীতা বৰুৱা আৰু জামুগুৰিহাটৰ বিশিষ্ট নাট্যকাৰ প্ৰয়াত গুণ ভূঞাৰ একোখনকৈ গ্ৰন্থ শুভ উন্মোচন কৰা হয়। সেই উপলক্ষে
Read More...

নগাঁৱত গুৰু নানকৰ ৫৫১ সংখ্যক জন্মজয়ন্তী পালন

নগাঁও,৩০ নবেম্বৰ : শিখ সকলৰ ধৰ্মগুৰু গুৰু নানকৰ ৫৫১ সংখ্যক জন্মজয়ন্তী আজি নগাঁও ফৌজদাৰিপট্টিস্থিত গুৰুদ্বাৰতো পালন কৰা হয়। তদুপলক্ষে পুৱাৰ ভাগত ধৰ্মীয় কাম-কাজ সম্পন্ন হোৱাৰ পিচত জীৱন দৰ্শন সম্পৰ্কত এক চমু আলোচনা হয়। সাংসদ প্ৰদ্যুৎ
Read More...

অসমৰ সিমান্ত টেঙাপানী গাঁৱত অৰুণাচল আৰক্ষীৰ তাণ্ডৱ : কাটি, ভাঙি নদীত উটুৱাই দিছিল জুবিন গাৰ্গ দলং

ডিৰাক সীমান্ত, ৩০ নৱেম্বৰ: অসমৰ একেবাৰে পূব প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল ৪৯০ মিটাৰ দৈঘ্যৰ এখন বাঁহৰ দলং ৷ দলঙখনৰ নাম দিছিল জুবিন গাৰ্গ
Read More...

ঐতিহ্যমণ্ডিত কুঁঁজীডাহ যুৰীয়া নামঘৰত বৰ্ণাঢ্য ৰূপত উদযাপিত ৯৬ বছৰ গৰকা ৰাসোৎসৱ

নগাঁও, ৩০ নৱেম্বৰঃ শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন / ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন..দেওবাৰে ৰাস পূৰ্ণিমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰী কৃষ্ণৰ প্ৰেম তথা ভক্তি ৰসৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা কেলি গোপাল অংকীয়া ভাওনা সমগ্ৰ অসমতে আজি অভিনীত
Read More...

চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুখ্য বান্ধ নিৰ্মাণ কৰিব, এই নিৰ্মানে প্ৰভাৱিত কৰিব অসমক

চীনে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ-সীমাত এক মুখ্য জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য মতে, চীনে দেশে পৰিকল্পনা কৰা বান্ধটো পৰৱৰ্তী বছৰত ৰূপায়ণ কৰা হ'ব। জানিব পৰা গৈছে যে চীনা চৰকাৰে ইতিমধ্যে এই বান্ধটো নিৰ্মাণৰ বাবে এটা
Read More...

নগাঁৱৰ চকলাঘাট-ক’ৰচোংত একেনিশাই দুঘৰত চুৰি কাণ্ড

নগাঁও ,৩০ নৱেম্বৰঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বহুকেইটা স্থানত আজি দীৰ্ঘদিন ধৰি এক ধাৰাবাহিক চুৰি কাণ্ড সংঘটিত হৈ আহিছে ৷ আজি যোৱা নিশাও তেনে এক ধাৰাবাহিক চুৰি কাণ্ড সংঘটিত হয় পূৱ- হাতীছোং চকলাঘাট চাউলখোৱা গাঁও নিৱাসী ৰঞ্জন
Read More...

”মই আছুৰ উপদেষ্টা হৈ থাকিম” সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ঘোষণা

অৱশেষত আজি ৩০ নৱেম্বৰ সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সমিতিখনে আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত শপতগ্ৰহণ কৰিলে। জল্পনা-কল্পনাৰ অন্ত পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ হৈ ৩ দশক ধৰি কাৰ্যনিৰ্বাহ কৰি থকা ডঃ সমুজ্জ্বল কুমাৰ
Read More...

২০১৮-২০১৯বৰ্ষত চৰকাৰে ঘোষণা কৰাৰ দৰেই কৃতী ছাত্ৰীয়ে লাভ কৰিব স্কুটী

২০২০-২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলে ডিচেম্বৰ মাহৰ কোনোবা এটা দিনত লাভ কৰিব স্কুটী । জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত এই কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে, পৰৱৰ্তী পৰ্য্যায়ত অৰ্থাৎ
Read More...

প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব ?

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তিতাবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব এইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই দেওবাৰে সম্পূৰ্ণ কৰ্তৃত্ব দিছিল গগৈ পৰিয়ালক ৷ প্ৰয়াত তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে এতিয়া বৃটেইনত জন্ম গ্ৰহণ
Read More...

গ্ৰামাঞ্চলৰ পথৰ কাষ সেউজীকৰণৰ বাবে জাগৰণ য়ুথ ক্লাৱৰ বৃক্ষৰোপনৰ শুভাৰম্ভ

জামুগুৰিহাট, ২৯ নবেম্বৰ : পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত জাগৰণ য়ুথ ক্লাৱে লোৱা কামকাজৰ লগত আমাৰ চৰকাৰৰ আঁচনিসমুহৰ লগত মিল থকা দেখা পাইছো ৷ মই জাগৰণ য়ুথ ক্লাৱৰ প্ৰতিগৰাকী সদস্যক আহবান জনাইছো যে তেঁওলোকে নদুৱাৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়ৰ
Read More...