অসম

স্বাধীনতা দিৱসৰ পূৰ্বে বৃহৎ কূটাঘাটৰ পৰা ৰক্ষা পৰিল অসম নগালেণ্ড সীমান্তৰ মেৰাপানী

আজি পুৱতি নিশা অসম নগালেণ্ড সীমান্তঞ্চলত ধনদাবী আৰু কূটাঘাটৰ লক্ষ্যৰে নগাপাহাৰৰ দুৰ্গম অঞ্চলত  বাহৰ পাতি থকা  এটা নগা উগ্ৰপন্থীৰ শিৱিৰ ধ্বংস কৰিবলৈ সক্ষম হয়...

লাহৰীঘাটৰ বানপীড়িত কৃষকৰ মাজত কঠিয়া বিতৰণ কৃষি বিভাগৰ

সম্প্ৰতি শাওনৰ বতৰ। পথাৰ খন সেউজীয়া কৰি তুলিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কৃষিজীৱী লোক সকলৰ মাজত দেখিবলৈ পোৱা গৈছে সীমাহীন ব্যস্ততা। মৰিগাঁও জিলাৰ বানপীড়িত...

উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচন সমাগত

সমাগত উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচন। সকলো ৰাজনৈতিক দলে ইতিমধ্যে আৰম্ভ কৰিছে ৰণনীতি প্ৰস্তুত কৰাত। শেহতীয়াকৈ বিজেপি দলেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। দলীয় কৰ্মীক...

বোকাজানত প্ৰচণ্ড ধূলিৰ বতাহ: বিলাতী মাটি কাৰখানাৰ কৰ্ম কাণ্ডত অতিষ্ঠ বোকাজানবাসী ৰাইজ

৫ আগষ্ট আজি বিয়লি ৩ বাজি ৫৫ মিনিটত হঠাতে অহা এজাক তীব্ৰবেগী ধূলি বতাহে অতিষ্ঠ কৰি যায় সমগ্ৰ বোকাজানবাসী ৰাইজক। প্ৰায় ২০ মিনিট ধৰি...

ৰৌতাত ইউৰীয়া সাৰৰ অভাৱত খেতিয়কৰ হাহাঁকাৰ

ওদালগুৰি জিলাৰ ৰৌতাত ইউৰীয়া সাৰৰ অভাৱত খেতিয়কৰ হাহাকাৰ সৃষ্টি হৈ আহিছে ৷ একাংশ অসাধু  ব্যৱসায়ীয়ে চলাইছে ৰমৰমীয়া ব্যৱসায়৷প্ৰতি বস্তা ইউৰীয়া সাৰ খেতিয়কে ক্ৰয় কৰিবলগীয়া হৈছে...

Popular