অসম

অসম বিধানসভাত শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

অসম বিধানসভাত শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।

ৰাজ্যৰ প্ৰতিখন জিলালৈ স্বাস্থ্য মন্ত্ৰীৰ সতৰ্ক হোৱাৰ নিৰ্দেশ

স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে বিয়লি চ্ছ্ৰ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যখনৰ সকলো জিলাৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত কৰে৷

চৰকাৰৰ অনুমতি অবিহনেই আৰম্ভ কৰিব পাৰিব ক্ষুদ্ৰ উদ্যোগ

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক৷ কেবিনেট বৈঠকত কেইবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ৬ জুলাইৰ পৰা আৰম্ভ হ’ব৷ ২১ দিনৰ বাবে চলিব অসম বিধানসভাৰ বাজেট অধিৱেশন৷

এসপ্তাহৰ বাবে স্থগিত জুবিন হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

জুবিন ভগ্নী পামী বৰঠাকুৰ আৰু শিল্পী জয়ন্ত কাকতিৰ সাক্ষ্য গ্ৰহণেৰে পুনৰ ১৩ জুলাই পৰা আৰম্ভ হ'ব আদালতৰ কাম-কাজ।

Popular