অসম

গেৰুৱা বসন পিন্ধিলে ৰূপজ্যোতি কুৰ্মীয়ে

চাৰিবাৰকৈ মৰিয়নিৰ পৰা বিধায়ক পদত নিৰ্বাচিত হোৱা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মিয়ে পিন্ধিলে গেৰুৱা বসন। লক্ষীমপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰে কুৰ্মীয়ে। ১৮ জুন ২০২১ৰ...

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ খানাপাৰাৰ দেৱনগৰত বেদখল উচ্ছেদ কৰা স্থানত বন বিভাগৰ গছপুলি ৰোপন

আমচাং  বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত আৰু গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পাছফালে দেৱনগৰত কিছুদিন পূৰ্বে বন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ...

বিদ্যুৎ চুৰিৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ জকাই বনগাঁও, মোহনাঘাট, গ্ৰাহাম বজাৰত অভিযান: কেইবালক্ষাধিক টকাৰ জৰিমনা

বিদ্যুৎ চুৰিৰ বিৰুদ্ধে এপিডিচিএলৰ অভিযান অব্যাহত। ডিব্ৰুগড়ৰ জকাই বনগাঁও, মোহনাঘাট, গ্ৰাহাম বজাৰত অভিযান চলাই কেইবালক্ষাধিক টকাৰ জৰিমনা আদায় কৰিছে বিভাগে। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক...

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কোভিড নিয়ম-নীতিৰ মাজেৰে সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি আৰু জিলা আয়ুস গোটৰ সহযোগত সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মণ ক্ষেত্রৰ কামৰূপা মঞ্চত...

ডিগবৈত ভাৰতীয় সেনাৰ উদ্যোগত যোগ দিৱস পালন

আজি ৭ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। নিয়মিত যোগাভ্যাসে ব্যক্তি এজনক শাৰীৰিক আৰু মানসিক সুস্থিৰতা প্ৰদান কৰা লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে।ভাৰত চৰকাৰৰ...

Popular