অসম

কোৰোণাত স্বামীৰ মৃত্যুৰ পাছতে পত্নী-পুত্ৰক খেদিলে ঘৰৰ পৰা৷

ডবকাৰ ভেলৌগুৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷ কোৰোণাত মৃত্যু হোৱা শিক্ষকৰ পত্নীক নিৰ্যাতন চলাই ঘৰৰ পৰা খেদি দিলে স্বামীগৃহৰ লোকে৷ বিপদত পৰা মহিলাগৰাকীক আশ্ৰয় দিয়াৰ...

উদালিৰ কাণ্ডৰ ৯ অভিযুক্তক পুনৰ আৰক্ষীৰ জিম্মাত। জে’লত ১৭ অভিযুক্ত ।

হোজাই জিলাৰ উদালিত চিকিৎসকক প্ৰহাৰ কৰাৰ ঘটনাক লৈ এতিয়াও জিলা খনত বিৰাজ কৰি আছে এক চেপা উত্তেজনা। ইতিমধ্যে ঘটনাৰ লগত জড়িত ১২ অভিযুক্তক আজি...

নষ্ট হোৱা তবলাত গছ পুলি ৰোপন

অব্যৱহৃত সামগ্ৰীত গছ ৰোপন কৰাটো কোনো নতুন কথা নহয়। আধুনিক গৃহসজ্জাত এই ধাৰা বৰ প্রচলিত। কিন্তু ব্যৱহাৰ নোহোৱা তবলাত গছ ৰোপন কৰা দেখিছেনে কেতিয়াবা?...

ডাঃ সেউজ কুমাৰ সেনাপতিক নিজৰ পছন্দৰ স্থানত সেৱা আগবঢ়োৱাৰ অনুমতি মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হোজাই জিলাৰ উদালিত কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সাক্ষাৎ কৰি...

বৰলীয়া নৈৰ ওপৰত বাঁহৰ সাঁকো উটুৱাই নিলে বাঢ়নী পানীয়ে।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে আজি উটুৱাই নিলে এখন বাঁহৰ সাঁকো। দ্বাৰকুছি- ৰাঙাপানী- কাউৰবাহা সংযোগী পথৰ লাছিঘাটত থকা বাঁহৰ দলংখন আজি উটুৱাই...

Popular