অসম

ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্তৰ বাবে টাস্কফোৰ্চ গঠনৰ নিৰ্দেশ ।

ধুবুৰীত ছিণ্ডিকেটকে ধৰি কোনোধৰণৰ অবৈধ কাৰ্যকলাপ চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে উপায়ুক্ত অন্বামুথন এম পিয়ে। সংবাদমেল পাতি  উপায়ুক্তগৰাকীয়ে কয় যে ছিণ্ডিকেটৰ সঠিক তদন্তৰ...

Popular