অসম

ওদালগুৰি জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা- ১২৪৭ গৰাকী :তীব্ৰতৰ ৰূপত মৃত্যুৰ সংখ্যা ২৫ গৰাকীলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক'ভিড ১৯ ৰ  মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে।...

ওদালগুৰিত লাখ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হৈ মুৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে

ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ  ৰৌতা, মেৰাবিল , গৰৈমাৰী  ঠাইৰ লগতে  জিলাখনৰ বেছিভাগ অঞ্চলত দৈনন্দিন জীৱন অতিবাহিত কৰিবলৈ কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই বহিঃৰাজ্যত...

সংবাদ প্ৰতিষ্ঠানৰ মূখ্য কাৰ্যালয়ত বন্ধন বেংকৰ মাস্ক-ছেনিটাইজাৰ বিতৰণ

দেশজুৰি তীব্ৰগতিত কৰ’নাৰ গণসংক্ৰমণ অব্যাহত২০২০ চনতকৈও অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে৷ ক’ভিড-১৯ত হাজাৰ হাজাৰ লোক আক্ৰান্ত হোৱাৰ লগতে বহু লোকে প্ৰাণ হেৰুৱাইছে৷...

বনমন্ত্ৰীয়ে স্মৃতিসৌধ নিৰ্মাণ কৰিম বুলি কোৱাটো দুৰ্ভাগ্যজনক:গৰজি উঠিছে দল-সংগঠন তথা প্ৰকৃতিপ্ৰেমী সকল

নগাঁৱৰ বামুণী পাহাৰত ১৮ টাকৈ হাতীৰ কৰুণ মৃত্যুৰ পিছত ঘটনাস্থলীত যোৱা কালি উপস্থিত হৈ নিহত হস্তীকুলৰ প্ৰতি সন্মানৰ্থে এটি স্মাৰক স্থাপনৰ আশ্বাস প্ৰদান কৰিছিল...

ক’ভিড ১৯ৰ বিৰুদ্ধে যুজঁ দিবৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ বিশ্বনাথ প্ৰশাসনৰ

জিলাখনত ক্ৰমান্বয়ে ক'ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কিয়নো ইয়াৰ অবিহনে অসামৰিক বা আৰক্ষী...

Popular