অসম

গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ গ’ল দুই যুৱকৰ

গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ হেৰুৱালে দুই যুৱকে। গ্ৰীণ বাছৰ চালকক আটক কৰাৰ বিপৰীতে পলাতক হেণ্ডিমেন।

আই এন টি ইউ চি অসম শাখাৰ স্পষ্টীকৰণ: সাধাৰণ সভাতহে হ’ব বিষয়ববীয়াৰ নিৰ্বাচন

আই এন টি ইউ চি অসম শাখাৰ স্পষ্টীকৰণ: সাধাৰণ সভাতহে হ'ব বিষয়ববীয়াৰ নিৰ্বাচন

জুবিন গাৰ্গৰ মৃত্যুক লৈ অসম চৰকাৰে গঠন কৰা তদন্ত আয়োগৰ ম্যাদ বৃদ্ধি

অসম চৰকাৰে ২০২৫ চনত ছিংগাপুৰত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতিৰ তদন্তৰ বাবে গঠন কৰা এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰিছে।

মৃদুমুদ্ৰা ডেকাৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে মৃদুমুদ্ৰা ডেকাই। মৃদুমুদ্ৰা ডেকাৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

শেষ নিশ্বাস ত্যাগ ৰ’জ আলীৰ আক্ৰমণত আহত মৃদুমুদ্ৰাৰ

মৃত্যুক আকোঁৱালি ল’লে মৃদুমুদ্ৰা ডেকাই। নলবাৰীৰ গংগাপুৰত লাভ জেহাদৰ বলি হোৱা কিশোৰীগৰাকী চিকিৎসাধীন অৱস্থাত মৃত্যু।

Popular