অসম

নিশা সকলোধৰণৰ নিৰাপত্তাৰক্ষী ত্যাগ হাগ্ৰামাৰ : পুৱা হাগ্ৰামালৈ কেবিনেট পৰ্যায়ৰ নিৰাপত্তা

যোৱা নিশা নিজৰ সকলোধৰনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিজেই ত্যাগ কৰিছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।  বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে...

আকৌ অখিল গগৈৰ কাষ চাপিল কমল কুমাৰ মেধি

কেইদিনমান আগত কংগ্ৰেছ দল ত্যাগ কৰা এসময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে কালি ২১ ডিচেম্বৰ তাৰিখে ৰাইজৰ দলত যোগদান কৰে...

নগাঁও পেঞ্চনাৰ ভৱনত আন্তঃগাঠনি উন্নয়নৰ অনুদান বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও, ২১ ডিচেম্বৰ : নগাঁও চহৰস্হিত  পেঞ্চনাৰ ভৱনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আছুতীয়া পূঁজিৰ  ৭ লাখ টকাৰ...

দিল্লীত বন্ধুত্বৰ সুবিধালৈ দলৱদ্ধ বলাৎকাৰ কিশোৰীক

নতুন দিল্লীত পুনৰ সংঘটিত হৈছে বলাৎকাৰৰ এক জঘন্য ঘটনা । দক্ষিণ দিল্লীৰ গ্ৰেটাৰ কৈলাস অঞ্চলত এগৰাকী ১৪ বছৰীয়া কিশোৰীক চাৰিজন পাষণ্ডই দলৱদ্ধ বলাৎকাৰ কৰাৰ...

নগাঁৱত বাটৰ নাটৰে পথ সুৰক্ষাৰ ওপৰত সজাগতা অনাৰ প্ৰয়াস

নগাঁও, ২১ ডিচেম্বৰ : পথ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান জনসেৱা পৰিষদৰ উদ্যোগত গ্ৰহণ কৰা পাঁচদিনীয়া সজাগতা কাৰ্যসূচীৰ আজি সামৰণি পৰে।...

Popular