অসম

সোণতলীৰ গৰৈমাৰী বিলৰজানত আবকাৰী-প্ৰশাসনে ধ্বংস কৰিলে ১০ লক্ষাধিক টকাৰ ভাং গছ

 সোণতলী, ১০ ডিচেম্বৰঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী বিলৰজানত আজি আবকাৰী বিভাগ আৰু স্থানীয় প্ৰশাসনে অতৰ্কিত অভিযান চলাই ভাং গছ কাটি ধ্বংস কৰে...

১৫৫ কোটি ব্যয়ৰে “স্বৰ্ণমন্দিৰ” আৰ্হিত সজাই তোলা হব বটদ্ৰৱা থান

শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক থানক ন ৰূপেৰে সজাই তোলাৰ প্ৰয়াসত উঠি পৰি লাগিছে  বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । ১৫৫ কোটি টকা ব্যয়ৰে...

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত আক্ৰমণ তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ !

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ । পশ্চিম বংগ ভ্ৰমণলৈ যোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ বাহনত শিলেৰে আক্ৰমণ । তৃণমূল...

সাংসদ কুইন ওজাই মুকলি কৰিলে বিজেপিৰ বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা আইন কোষে আজি বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ আজি গুৱাহাটী মহানগৰ জিলা বিজেপি...

হোজাইৰ বিশিষ্ট লেখিকা ৰেণুকা দেৱীৰ দ্বাৰা অনুদিত মণিপুৰী ভাষাত “শ্রী মদ্ভাগৱত গীতা” আৰু অসমীয়া ভাষাৰ “মহাকবি কালিদাস” নামৰ গ্ৰন্থৰ উন্মোচন

হোজাই, ১০ ডিচেম্বৰ : হোজাইৰ বিশিষ্ট লেখিকা ৰেনুকা দেৱীৰ দ্বাৰা মণিপুৰী ভাষাত অনুদিত "শ্রী মদ্ভাগৱত গীতা" আৰু শিশু সাহিত্য গ্ৰন্থ "মহাকবি কালিদাস" নামৰ অসমীয়া...

Popular