অসম

ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায়

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমে যি অৰ্থনৈতিক পুনৰুত্থানৰ সাক্ষী হৈছে, সেয়াই প্ৰমাণ কৰিছে ৰাজ্যখনৰ উন্নয়ন যাত্ৰাৰ এক যুগান্তকাৰী পৰিৱৰ্তন।

সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ জুবিন হত্যাত অভিযুক্ত শ্যামকানু মহন্ত

বিশেষ ফাষ্টট্ৰেক আদালত আৰু উচ্চ ন্যায়ালয়ত বাৰে বাৰে মুখথেকেচা খোৱাৰ পিছত এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ শ্যামকানু মহন্ত।

কাইলৈৰ পৰা নীলাচলত অম্বুবাচী মহাযোগ

কাইলৈৰ পৰা নীলাচলত অম্বুবাচী মহাযোগ। ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি।

ৰাজ্যত হ’ব প্ৰবল বৃষ্টিপাতঃ বিজুলী-ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা

গৰমে দহিছে সমগ্ৰ ৰাজ্যক৷ গৰমৰ পৰা ৰক্ষা পৰিবলৈ অসমত এতিয়া বৰষুণৰ প্ৰয়োজন৷ অহা ২৪ জুনলৈ অসম, উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিভাগে৷

আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱসঃ য়োগা ফৰ হেলডি এজিং থীমেৰে পালন দ্বাদশ যোগ দিৱস

আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱসঃ যোগা ফৰ হেলডি এজিং থীমেৰে পালন দ্বাদশ যোগ দিৱস। দেশৰ বিভিন্ন প্ৰান্তত দ্বাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন।

Popular