অসম

খানাপাৰা–যোৰাবাটত প্ৰতিবাদঃ মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা

খানাপাৰা–যোৰাবাটত প্ৰতিবাদ। মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা। শ্বিলঙত অসমৰ বাহনত আক্ৰমণৰ অভিযোগৰ পিছতে খানাপাৰা–যোৰাবাটত উত্তেজনা।

শ্বিলঙত উত্তপ্ত পৰিস্থিতিঃ অসমৰ পৰ্যটকৰ বাহনৰ ওপৰত আক্ৰমণ খাচী ছাত্ৰ সন্থাৰ

শ্বিলঙত অসমৰ পৰ্যটকৰ বাহনৰ ওপৰত আক্ৰমণ খাচী ছাত্ৰ সন্থাৰ। খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে শ্বিলঙত উত্তপ্ত পৰিস্থিতি। চৰকাৰৰ বিৰুদ্ধে ৫টা দাবীৰে প্ৰতিবাদ চলাইছিল সংগঠনটোৱে।

অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ

অৱশেষত আৰক্ষীৰ জালত অংকিত দাস। দুদিন ধৰি পলাতক অৱস্থাত আছিল অংকিত। অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰত জড়িত অংকিত।

দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান

বিশিষ্ট সাংবাদিক নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান

হেঙেৰাবাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যুঃ স্বামীক আটক

হেঙেৰাবাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। মৃত ন বোৱাৰীগৰাকীৰ নাম ৰিম্পী কলিতা। হেঙেৰাবাৰী সংযোগ পথৰ হাউছ নং ৯ত এই ঘটনা।

Popular