অসম

বটদ্ৰৱা থানত পুৰুলীল প্ৰকাশনৰ গ্ৰন্থ ‘গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰ বটদ্ৰৱা’ উন্মোচন

বটদ্ৰৱা থানত পুৰুলীল প্ৰকাশনৰ গ্ৰন্থ ‘গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰ বটদ্ৰৱা’ উন্মোচন

মহানগৰীৰ ভেটাপাৰাত বিৰিয়ানিত ওলাল পঁইতাচোৰা

মহানগৰীৰ ভেটাপাৰাত বিৰিয়ানিত ওলাল পঁইতাচোৰা। জাইকা নামৰ বিৰিয়ানিৰ দোকানখনত গ্ৰাহকৰ প্লেটত ওলাল পঁইতাচোৰা।

যোৰাবাটত প্ৰতিবাদ স্থগিত যদিও বৰ্ণিহাটত মেঘালয়ৰ প্ৰতিবাদ

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যোৰাবাটৰ পৰিস্থিতি। বৈঠকৰ পাছতে আন্দোলন প্ৰত্যাহাৰ অসমৰ চালক সন্থাৰ। অসম-মেঘালয়ৰ মাজত পুনৰ আৰম্ভ পৰিবহণ সেৱা।

সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী

সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী । ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ শাস্ত্ৰীয় সংগীতত স্থান লাভ

উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি

উজনিৰ বানাক্ৰান্ত কাষত ‘দ্য গ্ৰেট খালি’।বানপীড়িতক সহায়ৰ উদ্দেশ্যে উজনিত গ্ৰেট খালি।

Popular