অসম

“সমৃদ্ধিশালী অসমীয়া ভাষা চৰ্চা” শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল ৰাজহুৱা কৰা হ’ব !

জাননীইয়াৰ দ্বাৰা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সমূহ সদস্য, সংবাদদাতা, পঢ়ুৱৈক জনোৱা হয় যে, সমৃদ্ধিশালী অসমীয়া ভাষা চৰ্চা অধিক জনপ্ৰিয় কৰিবলৈ দৈনন্দিন বাৰ্তাৰ পাঠকৰ মাজত আয়োজন...

গুৱাহাটীৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত ব্যতিক্ৰমী ৰূপত কুটুম্ব সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন…

সনাতন হিন্দু ধৰ্ম-দৰ্শন, সভ্যতা-সংস্কৃতি আৰু মান-মৰ্যাদাৰ হেতু প্ৰতি পল কাম কৰি থকা অসমৰ অগ্ৰণী সংগঠন "কুটুম্ব সুৰক্ষা পৰিষদ"ৰ ২৬ মে'ৰ দিনা অসম সাহিত্য সভাৰ...

গোসাইগাঁৱত মানাস চছাইটিৰ বাশবাৰী শাখা সমিতি গঠন…

গোসাইগাঁৱত মানাস চছাইটিৰ বাশবাৰী শাখা সমিতি গঠনমহিলা সৱলীকৰণৰ লগতে সমাজৰ ব্যধি সমুহ দূৰীকৰণৰ বাবে মহিলা সকলক সজাগ কৰাৰ কাম কৰিছে মানাস চছাইটিয়েঃ কোকৰাঝাৰ সদৰ চহৰৰ...

লামাজান আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ৰাইজে শ্ৰমদান আগবঢ়াই মেৰামতি কৰে লামাজান অঞ্চলৰ জৰাজীৰ্ণ পথ…

লামাজান আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ৰাইজে শ্ৰমদান আগবঢ়াই মেৰামতি কৰে লামাজান অঞ্চলৰ জৰাজীৰ্ণ পথৰ লামাজান উন্নয়ন সমিতিৰ উদ্যোগত আজি স্থানীয় ৰাইজে শ্ৰমদান আগবঢ়াই চমকং গাওঁ পঞ্চায়তৰ...

ধেমাজি জিলা বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন ! চৰকাৰক বন কৰ্মীৰ সমস্যা সমাধানৰ আহ্বান…

ধেমাজি জিলা বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন চৰকাৰক বন কৰ্মীৰ সমস্যা সমাধানৰ আহ্বান  সদৌ অসম বন কৰ্মচাৰী সন্থাৰ ধেমাজি জিলাৰ দ্বি বাৰ্ষিক অধিবেশনখনি চিলাপথাৰ খণ্ড বন...

Popular