অসম

ক্ষুদ্ৰ-মজলীয়া কাকতৰ সমস্যাক লৈ আলোচনাঃ ৰাজ্যৰ উন্নয়নৰ যাত্ৰাত সংস্থাৰ সহযোগিতা বিচাৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ক্ষুদ্ৰ-মজলীয়া কাকতৰ সমস্যাক লৈ আলোচনাঃ ৰাজ্যৰ উন্নয়নৰ যাত্ৰাত সংস্থাৰ সহযোগিতা বিচাৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

মচি পেলোৱা হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি…

মচি পেলোৱা হ'ল প্ৰাণৰ জুবিন গাৰ্গৰ ছবি। গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ নামত গণেশগুৰি উৰণসেতুৰ খুঁটাত অংকন কৰা জুবিন গাৰ্গৰ চিত্ৰ মচি পেলোৱা হ’ল।

সত্ৰীয়া সংস্কৃতিৰ সাধক মাণিক বৰবায়নলৈ বিষ্ণু ৰাভা বঁটা

সত্ৰীয়া সংস্কৃতিৰ সাধক মাণিক বৰবায়নলৈ বিষ্ণু ৰাভা বঁটা। সত্ৰীয়া সংস্কৃতিৰ সাধক মাণিক বৰবায়নলৈ বিষ্ণু ৰাভা বঁটা।

অম্বুবাচীলৈ মাজত মাত্র ৪ দিনঃ আহি গ’ল SOP

অম্বুবাচীক লৈ বিশেষ নির্দেশনা। নাৰ্ছাৰী পইণ্টৰ পৰা যান বাহন চলিবলৈ দিয়া নহ'ব। নিশা ১১ৰ পৰা পুৱা ৫বজালৈ খাদ্য সামগ্ৰীৰ বাহন যাব।

অম্বুবাচীলৈ ৫ দিন বাকীঃ ২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা

অম্বুবাচীলৈ ৫ দিন বাকীঃ ২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা

Popular