অসম

কাইলৈৰ পৰা ৰঙিয়াত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৯৩ সংখ্যক অধিৱেশনক কেন্দ্ৰ কৰি হাতীখলা পথাৰত বিৰাজমান হৈছে এক উদুলি-মুদুলি পৰিৱেশ। শুকুৰবাৰৰ পৰা ৰঙিয়াৰ মৰণজানাৰ...

ৰঙিয়াৰ বালাগাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ভৱেশ কলিতাৰ

ৰঙিয়াত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত ৮০ লাখ টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ আৰিমত্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত বালাগাঁ‌ৱত নিৰ্মাণ হ'বলগীয়া বালাগাঁও উপ-স্বাস্থ্য কেন্দ্ৰটিৰ আধাৰশিলা স্থানীয়...

চাপৰৰ কলাবাৰী প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলত একে নিশাই মূল্যৱান শাল গছ কাটি তহিলং দুৰ্বৃত্তৰ!

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ তথা বহলপুৰ আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অধীনস্থ কলাবাৰী প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলত বুধবাৰে নিশা সাত ডাল মূল্যৱান শাল গছ...

মৰিগাঁৱৰ মাজমজিয়াত স্কুটী আৰু ট্ৰাকৰ মুখামুখি সংঘর্ষ, থিতাতে নিহত এজন অচিনাক্ত ব্যক্তি

বৃহস্পতিবাৰে আবেলি প্রায় ৪ বজাত মৰিগাঁও মাজমজিয়াত স্কুটী আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত স্কুটী চালক গৰাকী থিতাতে নিহত হয়। স্কুটীখনৰ...

নগাঁৱত সামাজিক নাটক ‘আবেলিৰ গান’ মঞ্চস্থ

নগাঁও ফৌজদাৰীপট্টিৰ কলা মন্দিৰত ৭ ফেব্ৰুৱাৰীৰ সন্ধ্যা মঞ্চস্থ হৈ যায় 'আবেলিৰ গান' নামৰ এখনি সামাজিক নাটক। বিশিষ্ট গল্পকাৰ, লেখক, জ্যেষ্ঠ সাংবাদিক গুৰমাইল সিঙৰ এটি...

Popular