অসম

ডিব্ৰুগড়ত ২ খন বিমানৰ অৱতৰণত অসুবিধা…

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অঘটন যাত্ৰী কঢ়িয়াই নিয়া দুখন বিমানৰ অৱতৰণত অসুবিধাৰ সন্মুখীন। ইণ্ডিগ'ৰ বিমান দুখন প্ৰায় ৫০ মিনিট ধৰি থাকিবলগীয়া হয় আকাশতে। জানিব পৰা মতে প্ৰতিকুল...

আজি CRPFৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস…

আজি CRPFৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিবছৰে ২৭ জুলাইত পালন কৰা হয় CRPF দিৱস। ১৯৩৯ চনৰ পৰা পালন কৰি অহা হৈছে এই দিৱস। দেশৰ বিভিন্ন...

ঘাটক নাজিবুৰ ৰহমান বৰাক ফাঁচিৰ দাবী গোলাঘাটৰ হাজাৰ হাজাৰ ৰাইজৰ, প্ৰতিকূল বতৰকো নেওচি গোলাঘাটত উত্তাল প্ৰতিবাদ

প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ ৰাইজৰ গোলাঘাটত উত্তাল প্ৰতিবাদ। ঘাটক নাজিবুৰ ৰহমান বৰাক ফাঁচিৰ দাবী গোলাঘাটৰ হাজাৰ হাজাৰ ৰাইজৰ। গোলাঘাটৰ ত্ৰিপুল মাৰ্ডাৰ কাণ্ডক লৈ উত্তাল গোলাঘাট।...

গড়মূৰ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

মাজুলীৰ প্ৰথমখন শাখা সভা গড়মূৰ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাখনি গড়মূৰ সদৰ প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা পৰিৱেশ নিকাকৰণৰ পাছতে...

গড়গাঁও মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ২০০ৰো অধিক গছ পুলি ৰোপণ কাৰ্যসূচী

যি সময়ত উন্নয়নৰ নামত গছ কটাৰ প্ৰকোপ বৃদ্ধি পাই আহিছে সেই সময়ত এটিয়া এক ব্যতিক্ৰম ব্যৱস্থা গ্ৰহণ কৰিছে গড়গাঁও মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্চাসেৱক...

Popular