Breaking

Browsing Category

অসম

দীৰ্ঘদিনীয়া বন্ধ ৰ পিচত খোলখালে ২নং নলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ উচ্চ প্ৰাথমিক শ্ৰেনীবোৰ

কৰোনা মহামাৰীৰ বাবে  বন্ধ হৈ পৰা  উচ্চ প্ৰাথমিক  আৰু মধ্য প্ৰাথমিক বিদ্যালয় সমূহ ১৯অক্টোবৰৰ পৰা কভিড বিধি মানি খোল খালে  ৷            কভিড মহামাৰীৰ বাবে ৬ মাহ ধৰি বন্ধ হৈ পৰা বিদ্যালয় সমূহ  ১৯অক্টোবৰ ৰাজ্য চৰকাৰে বান্ধি দিয়া  নিয়ম
Read More...

বিশ্বনাথ নগৰৰ মাজমজিয়াত হিন্দু জাগৰণ মঞ্চ প্ৰতিবাদ

বাংলাদেশত হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ তথা হত্যাৰ বিৰুদ্ধে গৰজি উঠিল মঙলবাৰে  বিশ্বনাথ নগৰত হিন্দু জাগৰণ মঞ্চ অসম।প্ৰতিবাদকাৰী সকলে বিশ্বনাথ নগৰৰ মাজমজিয়াত অবস্থান কৰি হিন্দুৰ ওপৰত চক্ৰান্ত বন্ধ কৰক,বাংলাদেশী হুছিয়াৰ,মৌলবাদী হুছিয়াৰ,শ্বেখ
Read More...

অসম চিকিৎসা সেৱা সন্থা (আমছা)ৰ উদ্যোগত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰতিবাদী কাৰ্যসূচী

১৯ অক্টোবৰৰ পৰা অসম চিকিৎসা সেৱা সন্থাই কৰি অহা দীৰ্ঘদিনীয়া  নাৰ্য্য প্ৰাপ্তিৰ দাবী আৰু অসম স্বাস্থ্য সেৱা খণ্ডৰ সর্বাত্মক উন্নতিৰ বাবে এই  প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ওৰাঙত ৷চিকিৎসকৰ কেদাৰৰ পুনৰীক্ষণ আৰু পুননিয়োজনৰ ব্যৱস্থা কৰা*
Read More...

জনিয়াৰ বনঘূগীত ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰায় ৪০লক্ষ্যাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্নৰূপে ভস্মীভূত

বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বনঘুগী গাঁওত কালি নিশা এক  ভয়ংকৰ অগ্নিকাণ্ড সংগঠিত হয়। উক্ত অগ্নিকাণ্ডৰ ঘটণাত প্ৰায় ৪০ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি সুম্পূর্ণৰূপে ভস্মীভূত হৈ যায়। উল্লেখ্য যে, বিজুলী বিজুতি ঘটাৰ ফলত
Read More...

সংমণ্ডলৰ বিষয়াৰ দায়িত্বহীন কাণ্ডৰ বাবেই জহি – খহি গৈছে বহু লাখ টকীয়া ট্ৰেন্সফৰ্মাৰ

বিগত সৰ্বানন্দ সোনোৱাল নেৰ্তৃত্বাধীন অসম চৰকাৰে ৰাজ্যত ২৪ ঘণ্টাই বিদ্যুৎ থাকিব আৰু কংগ্ৰেছ নেৰ্তৃত্বাধীন চৰকাৰৰ দিনত বিদ্যুতৰ পোহৰ নপৰা শ শ গাৱঁত বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ কৰা হ'ব বুলি কোটি কোটি টকা ব্যয়েৰে সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ
Read More...

লাইফ ইন্‌ এ পাপেটৰ পৰিচালক ৰাজেন দাসৰ প্ৰচেষ্টাত অসমৰ পুতলা নাচৰ বিশ্বমুখী যাত্ৰা

 শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উলাহৰ মাজতে ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ৷অহা ২২ অক্টোবৰত স্বডূমিত অৰ্থাৎ অসমৰ ছবিগৃহত মুক্তিলাভ কৰিব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত তথা ৰাজেন দাস পৰিচালিত বহু প্ৰতিক্ষিত অসমীয়া চলচ্চিত্ৰ "লাইফ
Read More...

পশ্চিম পাটলা চাঁ‌ৰি সংখ্যক আন্ত গাঁও ফুটবল টুৰ্নামেন্টৰ চূড়ান্ত খেলত বিজয়ী খৈৰাবাৰী অংখ্ৰেমা দল।

বিটিআৰ ওদালগুৰি জিলা ৬৪ নং পানেৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত পশ্চিম পাটলা ইউ এ একাডেমি খেল পথাৰত ''স্বৰ্গিয় প্ৰদিপ চন্দ্ৰ বড়োৰ সোঁ‌ৱৰণিত অনুষ্ঠিত কৰা ৪ সংখ্যক প্ৰাইজমানি ফুটবল টুৰ্নামেন্টৰ চূড়ান্ত খেল  যোৱা ১৯ অক্টোবৰ নিশা অনুষ্ঠিত
Read More...

ওদালগুৰি জিলা দেউলগুৰিত ২০২১ বৰ্ষৰ দশম দ্বাদশ আৰু স্নাতকোত্তৰ চূড়ান্ত পৰিক্ষাত উত্তীর্ণ হোৱা…

ওদালগুৰি জিলা দেউলগুৰি গাওঁ পৰিচালনা সমিতিৰ উদ্যোগত  ২০২১ বৰ্ষৰ দশম দ্বাদশ আৰু স্নাতকোত্তৰ চূড়ান্ত পৰিক্ষাত উত্তিৰ্ণ হোৱা কৃতি ছাত্ৰ  ছাত্ৰীক   মংগলবাৰে ১৯ অক্টোবৰ তাৰিখে দেউলগুৰি  বাথৌ থানশালিত সম্বৰ্ধনা জনোৱা দেখা যায় ।উল্লেখ্য যে
Read More...

বৰক্ষেত্ৰীৰ দৌলাশালত ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ৷

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে দৌলাশাল আৰক্ষীৰ সহযোগত কালি সন্ধিয়া দৌলাশালৰ পৰা নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে এটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ বৰবিষ সদৃশ ড্ৰাগছ সৰবৰাহকাৰীজন বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৰিয়া চতলা গাঁৱৰ
Read More...

বৰাকত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনৰ ফলক বঙালী সংগঠনে মচি পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অসম…

অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনৰ ফলক বঙালী সংগঠনে মচি পেলোৱাএনেকুৱা ধৰণৰ কাৰ্যক গৰিহণা দিয়ে অসম সাহিত্য সভাই। এনে ধৰণৰ গৰ্হিত, বিচ্ছিন্নতাবাদী কামক অসম সাহিত্যসভাই কেতিয়াও প্ৰশ্ৰয় নিদিয়ে ৷ এনেবোৰ কাৰ্যক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ
Read More...