Breaking

Browsing Category

অসম

কবি সংকেশ্বৰ কোঁচৰ ‘আলঙত ৰাতিৰ ফুল’ আৰু ‘হৃদয় মন ব’হাগ আদি’ দুই কবিতা পুথি…

বিশিষ্ট কবি সংকেশ্বৰ কোঁচৰ দুখনকৈ কবিতা পুথি ১০ অক্টোবৰত  শোনিতপুৰ জিলাৰ  চিৰাজুলিৰ চিকাৰী বস্তিৰ তেখেতৰ নিজা বাস ভৱনত উন্মোচন কৰা হয় ৷লিখক সা’বাদিক কবি সুজিত কটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ পূৰ্বে তেখেতৰ কন্যা নিকিতা কোঁচে বৰগীত পৰিবেশন
Read More...

‘দিগদৰ্শন’ৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সফল সমাপ্তি

অসমৰ অগ্ৰণী প্ৰকাশন,  দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত পাঁচখন আলোচনীৰ অন্যতম ভিন্নসুৰী মাহেকীয়া আলোচনী " দিগদৰ্শন" আৰু দিগদৰ্শন প্ৰকাশনৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠানটি অহা ১০ অক্টোবৰত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহত
Read More...

বৰপেটাত পোষণ মাহ আৰু মাত্ৰ বন্দনা সপ্তাহৰ আনুষ্ঠানিক সামৰণি

শিশু আৰু প্ৰসূতি মাতৃৰ সু-স্বাস্থ্য নিশ্চিত কৰাৰ বাবে হাতত লোৱা সজাগতা মূলক কাৰ্যসূচীৰ অংশ হিচাপে যোৱা এমাহ ধৰি পালন কৰা ৰাষ্ট্ৰীয় পোষণ মাহ আৰু মাত্ৰু বন্দনা কাৰ্যসূচীৰ আজি বৰপেটা জিলা ভিত্তিক অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে। এই
Read More...

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানঃবৃহৎ পৰিমানৰ আফিম জব্দ

সমগ্ৰ ৰাজ্য জুৰি ড্ৰাগছ আৰু বিভিন্ন নিচা যুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰখা সময়ত আজি গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকত লুকুৱাই অনা বৃহৎ পৰিমানৰ আফিম উদ্ধাৰ
Read More...

আজি ছাই ফা পূজা।

চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু দিচাংপানীবাসী ৰাইজৰ সহযোগত ছাই ফা পূজা আজি অনুষ্ঠিত কৰা হয়।উপস্থিত থাকে টাই আহোম য়ুথ ফৰাম ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চাও বিশ্বজিৎ গগৈ , কাৰ্যকৰী সভাপতি চাও‌ গণেশ গগৈ , সম্পাদক অম্লানজ্যোতি হাতিবৰুৱা লগতে
Read More...

নাজিৰা মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰত বিশ্ব মানসিক দিৱস পালন

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে নাজিৰাৰ হাতীপট্টীস্থিত মানসিক ৰোগী পুনঃসংস্থাপন কেন্দ্ৰ জ্যোতি গৃহত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয়।নাজিৰাৰ উদ্যমী যুৱক নাছেৰ খানৰ প্ৰচেষ্টাত বিগত প্ৰায় ১৫ বছৰে
Read More...

মুছলপুৰত বিনোদন উদ্যান উদ্বোধন কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ

বিটিচিৰ মুছলপুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা মীন আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত ৰাইজৰ বাবে এখন বিনোদন উদ্যান মুকলি কৰে ৷ উল্লেখনীয় যে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৰাইজৰ বাবে নিজৰ ধনেৰে ৭৮
Read More...

দুৰ্গা পূজা উপলক্ষে হোজাইত মৰ্কজুল মা’আৰিফৰ উদ্যোগত চিলাই মেচিন আৰু ১২০ গৰাকী মহিলাক বস্ত্ৰ…

আজমল চি এছ আৰৰ দ্বাৰা পৰিচালিত স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা'আৰিফৰ উদ্যোগত হোজাইৰ কৃষ্ণ নগৰত চিলাই মেচিন আৰু বস্ত্ৰ বিতৰণ কাৰ্যসূচী উপলক্ষে আজি দুপৰীয়া এখন সভাৰ আয়োজন কৰা হয় ৷ শিক্ষাবিদ প্ৰমোদ ৰঞ্জন দাসে আঁত ধৰা সভাখনত অসহায় দৰিদ্ৰ
Read More...

সমাজ সেৱক গন্ধেশ্বৰ বড়াৰ দেহাৱসান : অঞ্চলজুৰি শোকৰ ছাঁ

চৰাইদেউ জিলাৰ সাপেখাতীৰ  বাসিন্দাগন্ধেশ্বৰ  বড়া আজি পূৱতিনিশা নিজ বাসগৃহত   পৰলোকগামী হোৱাত সমগ্র   অঞ্চলটোতে  শোকৰ ছাঁ পৰিছে ।  ১৯২৪ চনত যোৰহাট টীয়কত জন্ম গ্ৰহণ কৰা প্ৰয়াত  গন্ধেশ্বৰ  বড়া টীয়কৰ   বলমা  হাইস্কুলৰ পৰা প্ৰৱেশিকা
Read More...

লাহৰীঘাটত স্বামীৰ ওপৰত পত্নীৰ আক্ৰমণ।

পত্নীৰ ওপৰত স্বামী বা নাৰীৰ ওপত পুৰুষৰ নিৰ্যাতন-আক্ৰমণৰ ঘটনা আমি প্ৰায়ে শুনি আহিছোঁ।এইবাৰ কিন্তু লাহৰীঘাটত স্বামীৰ ওপৰত পত্নীয়ে আক্ৰমণ চলোৱা ঘটনা সংঘটিত হৈছে। যুৱকৰ নাম ইনামূল হুছেইন।লাহৰীঘাট থানাৰ অন্তৰ্গত বৰখাবল গাঁৱৰ ইনামূল
Read More...